অসম বিকাশ যাত্ৰা BJP ৰ নতুন প্ৰকল্পৰ উদ্বোধন, কিমান টকা ব্যয় কৰাৰ পৰিকল্পনা।

‌বহুতো নতুন প্ৰকল্পৰ হব উদ্বোধন অসম বিকাশ যাত্ৰাৰ জৰিয়তে।

‌১১ মাৰ্চ ২০২৪ চনত আৰম্ভ হোৱা এই যাত্ৰাত চৰকাৰৰ পদক্ষেপ হব কি?

‌এই প্ৰকল্পৰ জৰিয়তে "গোলাঘাট জিলা" ত মুঠ ৭৩২ কোটি টকাৰ ব্যয় কৰা হব

‌নগাঁও জিলাত মুঠ ৪৮৩ কোটি টকা ব্যয় কৰা হব।

‌গোলাঘাটৰ পৰা মেৰাপানীলৈ পথৰ উন্নয়নত ব্যয় কৰা হব ১০৪ কোটি টকা

‌পুলিবৰ সন্দিকৈ গাও বুঢ়ালিকচন পথৰ উন্নয়নত ব্যয় কৰা হব ৫৭ কোটি টকা

‌অন্যান্য ৩৭ তা প্ৰকল্পত ব্যয় হব ৫৭১ কোটি টকা।

‌আনহাতে, নগাঁওত জিলা অসামৰিক চিকিৎসালয়, জখলাবন্ধা, কলিয়াবৰ ১০০ কোটি টকা ব্যয় কৰাৰ ঘোষণা।

‌২০২৩-২৪ বৰ্ষৰ অসম মালা ২.০ আঁচনিৰ অধীনত কুঁৱৰীটোলৰ পৰা শিলঘাট হৈ জখলাবন্ধা যোৱা পথৰ উন্নয়নৰ নামত ৫১ কোটি টকাৰ ব্যয় কৰাৰ ঘোষণা।

‌আনহাতে, ৫৩ তা আন প্ৰকল্পত চৰকাৰে ব্যয় কৰিব ৩৩২ কোটি টকা।