কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰণালয় || फसल बीमा पॉलिसी

– 56 কোটিৰো অধিক কৃষক আৱেদনপত্র প্রাপ্ত – 16.06 কোটি কৃষকে পালে ফচল বীমাৰ লাভ – ₹1.52 লাখ কোটিৰ দাবীৰ ধন পৰিশোধ

– এড এপ-ৰ দ্বাৰা কৃষকৰ ঘৰৰ দুৱাৰমুখলৈকে বীমা নামাংকনৰ সুবিধা – সমগ্ৰ দেশজুৰি কৃষি ৰক্ষক হেল্পলাইন 14447-ৰ শুভাৰম্ভ

মোৰ পলিচি মোৰ হাতত মহা অভিযান 15 জানুৱাৰী 15 ফেব্ৰুৱাৰী 2024