অসম বিকাশ যাত্ৰা, হোজাই আৰু ধুবুৰীত মুঠ ৩৯৫ আৰু ৩০৮ কোটি টকা ব্যয় কৰাৰ চৰকাৰৰ পৰিকল্পনা।
Image Source : Google
17/MARCH/2024
হোজাই জিলাত মুঠ ৩৯৫ কোটি টকাৰ ব্যয় কৰাৰ প্ৰকল্প।
Image Source : Google
ধুবুৰী জিলাত মুঠ ৩০৮ কোটি টকাৰ ব্যয় কৰাৰ প্ৰকল্প।
Image Source : Google
হোজাই জিলাৰ, কঠীয়াতলি কামপুৰ যমুনামুখৰ পৰা ডবকালৈ পথৰ উন্নয়ন, দৈৰ্ঘ্য : ৩৮ কি: মি: মুঠ ব্যয় ১২৭ কোটি।
Image Source : Google
অন্যান্য, ৬টা প্ৰকল্প, মুঠ ব্যয় ২৬৮ কোটি টকা।
Image Source : Google
যত থাকিব, জিলা পৰিবহণ বিষয়াৰ কাৰ্য্যালয়, ১০০ খন বিচনাযুক্ত চিকিৎসালয়, হোজাই, জিলা ঔষদ পন্যাগাৰ আৰু পূব ধনীৰাম পথাৰ স্পৰ্টছ কমপ্লেক্স।
Image Source : Google
ধুবুৰীৰ বিলাসীপাৰাত পানী যোগান আঁচনি, ব্যয় ৩৩ কোটি টকা।
Image Source : Google
অন্যান্য মুঠ ৮৮ টা প্ৰকল্পত ২৭৫ কোটি টকা ব্যয় কৰা হব।
Image Source : Google
যত সন্নিবিষ্ট থাকিব, সপ্তম অসম বেটেলিয়ন এন চি চি ভৱন আৰু আদৰ্শ মহিলা মহাবিদ্যালয়, বিলাসীপাৰা।
Image Source : Google
মালদ্বীপৰ পৰা ভাৰতীয় সৈন্যৰ প্ৰত্যাহাৰ আৰম্ভ
Image Source : Google