মালদ্বীপৰ চীনপন্থী ৰাষ্ট্ৰপতি মহম্মদ মুইজুৱে, ভাৰতীয় সৈন্য মালদ্বীপত থকাক লৈ অমান্তি

Image Source : Google

13/MARCH/2024

ভাৰতীয় সৈন্যৰ মালদ্বীপ প্ৰত্যাহাৰ কৰাৰ হৈছে আৰম্ভণি।

Image Source : Google

ভাৰতীয় সৈন্যৰ প্ৰত্যাহাৰ কাৰ্য্যৰ সময় সীমা ১০ মাৰ্চ পৰা ১০ মে লৈ বান্ধি দিয়া হৈছে।

Image Source : Google

চুক্তি মতে মান্তি হৈ ২৫ জন সৈন্যক মালদ্বীপৰ আদু দ্বীপৰ পৰা স্বদশলৈ ঘূৰাই আনে।

Image Source : Google

যোৱা সপ্তাহত, মালদ্বীপ আৰু চীনৰ মাজত এখন "সামৰিক সাহায্য" চুক্তি হয়।

Image Source : Google

দুয়ো পক্ষই চুক্তি খনত স্বাক্ষৰ কৰে।

Image Source : Google

চুক্তি খনৰ অধীনত চীনে, মালদ্বীপৰ কৰ্মচাৰী সকলক প্ৰশিক্ষণ দিয়াৰ কথা আলোচনা আছে।

Image Source : Google