অসম বিকাশ যাত্ৰা, হোজাই আৰু ধুবুৰীত মুঠ ৩৯৫ আৰু ৩০৮ কোটি টকা ব্যয় কৰাৰ চৰকাৰৰ পৰিকল্পনা।

Image Source : Google

17/MARCH/2024

‌হোজাই জিলাত মুঠ ৩৯৫ কোটি টকাৰ ব্যয় কৰাৰ প্ৰকল্প।

Image Source : Google

‌ধুবুৰী জিলাত মুঠ ৩০৮ কোটি টকাৰ ব্যয় কৰাৰ প্ৰকল্প।

Image Source : Google

‌হোজাই জিলাৰ, কঠীয়াতলি কামপুৰ যমুনামুখৰ পৰা ডবকালৈ পথৰ উন্নয়ন, দৈৰ্ঘ্য : ৩৮ কি: মি: মুঠ ব্যয় ১২৭ কোটি।

Image Source : Google

‌অন্যান্য, ৬টা প্ৰকল্প, মুঠ ব্যয় ২৬৮ কোটি টকা।

Image Source : Google

‌যত থাকিব, জিলা পৰিবহণ বিষয়াৰ কাৰ্য্যালয়, ১০০ খন বিচনাযুক্ত চিকিৎসালয়, হোজাই, জিলা ঔষদ পন্যাগাৰ আৰু পূব ধনীৰাম পথাৰ স্পৰ্টছ কমপ্লেক্স।

Image Source : Google

‌ধুবুৰীৰ বিলাসীপাৰাত পানী যোগান আঁচনি, ব্যয় ৩৩ কোটি টকা।

Image Source : Google

‌অন্যান্য মুঠ ৮৮ টা প্ৰকল্পত ২৭৫ কোটি টকা ব্যয় কৰা হব।

Image Source : Google

‌যত সন্নিবিষ্ট থাকিব, সপ্তম অসম বেটেলিয়ন এন চি চি ভৱন আৰু আদৰ্শ মহিলা মহাবিদ্যালয়, বিলাসীপাৰা।

Image Source : Google

মালদ্বীপৰ পৰা ভাৰতীয় সৈন্যৰ প্ৰত্যাহাৰ আৰম্ভ

Image Source : Google