' কা ' ৰ প্ৰভাৱ অসমত নপৰে, এতিয়ালৈকে এজনেও আবেদন কৰা নাই

Image Source : Google

22/MARCH/2024

‌অসমত নাগৰিক সংশোধনী আইন খনে কোনো ধৰণৰ প্ৰভাৱ নেপেলায়।

Image Source : Google

‌অসমত নাগৰিকত্বৰ বাবে আবেদন কৰা লোকৰ সংজ্ঞা একেবাৰে কম।

Image Source : Google

‌ইতিমধ্যে, কা বলৱৎ হোৱা চাৰি দিন হয় গল কিন্তু এতিয়াও, অসমত নাগৰিকত্ব বিচাৰি কোনোৱে কৰা নাই আবেদন।

Image Source : Google

‌২০১৪ চনৰ জানুৱাৰী মাহৰ আগত অহা সকলে কৰিব পাৰিব আবেদন।

Image Source : Google

‌কাৰণ ২০১৪ চনৰ আগতে অহা লোকসকলে এন আৰ চিত আবেদন কৰিছে।

Image Source : Google

‌গতিকে অসম মুখ্যমন্ত্ৰীয়ে কয় - ২০১৪ চনৰ পাছত অহা কোনো লোকে অসমৰ নাগৰিকত্ব পাব নোৱাৰে।

Image Source : Google

মালদ্বীপৰ পৰা ভাৰতীয় সৈন্যৰ প্ৰত্যাহাৰ আৰম্ভ

Image Source : Google