কেন্দ্ৰৰ ৬৬২১.৬২ কোটি টকা মঞ্জুৰ, অৰুণাচলত নিৰ্মাণ কৰা হ'ব ফ্ৰণ্টিয়াৰ হাইৱে

Image Source : Google

13/MARCH/2024

কেন্দ্ৰীয় মন্ত্ৰী মন্ত্রী নীতিন গডকাৰিয়ে কৰিছে সামাজিক মাধ্যমত ঘোষণা।

Image Source : Google

৯১৩ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত (ফ্ৰণ্টিয়াৰ হাইৱে') আঠটা খণ্ড নিৰ্মাণ

Image Source : Google

ইণ্ডিনিয়াৰিং, প্রকিউৰমেণ্ট আৰু নিৰ্মাণ (ই পি চি) ব্যৱস্থাৰ অধীনত এটা অন্তৱৰ্তী পথ নিৰ্মাণৰ বাবে এই ধন মঞ্জুৰ কৰা হৈছে।

Image Source : Google

ফ্ৰণ্টিয়াৰ হাইৱে টোৰ মুঠ দৈর্ঘ্য হ'ব ২৬৫.৪৯ কিল'মিটাৰ।

Image Source : Google

এই ঘাইপথটোৱে সীমান্ত অঞ্চলত যোগাযোগ ব্যৱস্থা উন্নত কৰিব, আৰ্থ-সামাজিক বিকাশ দ্ৰুত কৰিব।

Image Source : Google

অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্রী পেমা খাণ্ডুৱে গড়কাৰিৰ প্রতি কৃতজ্ঞতা জ্ঞাপন কৰে।

Image Source : Google

এই পথটো নিৰ্মাণ হ'লে আর্থ-সামাজিক উন্নয়ন হ'ব

Image Source : Google

কর্মসংস্থানৰ সুযোগ সৃষ্টিৰ যোগেদি জনসাধাৰণৰ আকাংক্ষা পূৰ্ণ হ'ব

Image Source : Google

মালদ্বীপৰ পৰা ভাৰতীয় সৈন্যৰ প্ৰত্যাহাৰ আৰম্ভ

Image Source : Google