পেঞ্চন আৰু অৰুণোদয়ৰ দিন ১০ তাৰিখ

১০ তাৰিখ, অসম চৰকাৰ আৰ্তজনৰ কাষত অসম চৰকাৰ প্ৰগতিৰ দিশত ৰাজ্য আমাৰ

  • উপকৃত হিতাধিকাৰী ৮৩,৮০,৭৫৭
  • প্রতিমাহে ধন আদায় ৩৭৮.৭৫ কোটি
  • প্রতিমাহৰ ১০ তাৰিখে হিতাধিকাৰীৰ একাউণ্টলৈ প্ৰাপ্য ধন
  • ৬ লাখ নতুন হিতাধিকাৰীলৈ অৰুণোদয় আঁচনিৰ সুবিধা

ইন্দিৰা মিৰি সাৰ্বজনীন বিধৱা পেঞ্চন আৰু দীনদয়াল দিব্যাংগজন সাহায্য আঁচনি এতিয়াৰে পৰা অৰুণোদয় আঁচনিৰ অন্তৰ্ভুক্ত কৰা হৈছে

আঁচনিসমূহ

  1. অৰুণোদয়
  2. শ্বহীদ কুশল কোঁৱৰ বৃদ্ধ পেঞ্চন
  3. ৰাষ্ট্ৰীয় দিব্যাংগ, বিধৱা আৰু বৃদ্ধ পেঞ্চ

More Sheme Related Article

0Shares

Leave a Comment

Exit mobile version