অনুচ্ছেদ ৩৭০ কোনো দিনে নাহে – প্রধানমন্ত্রী মোদী

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্ত পিছত অনুচ্ছেদ ৩৭০ চিৰদিনৰ বাবে বাতিল কৰা হৈছে আৰু এতিয়া জম্মু-কাশ্মীৰ আৰু লাডাখৰ লোকসকলে প্ৰথমবাৰৰ বাবে তেওঁলোকৰ ভাগ্য হাতেৰে লিখিবলৈ মুক্ত।

প্রধানমন্ত্রী মোডীয়ে এটা মিডিয়া চেনেলক দিয়া এক সাক্ষাৎকাৰত এইকথা কয় যাৰ তথ্য সংবাদ সংস্থা এএনআইয়ে শ্বেয়াৰ কৰে।

প্ৰধানমন্ত্ৰী মোডীয়ে সাক্ষাৎকাৰটোত কয় যে তেওঁ এজন বিজেপি কর্মী, মুখ্যমন্ত্ৰী আৰু প্রধানমন্ত্ৰী হিচাপে যিকোনো কাম কৰিছে, তেওঁ সদায় দেশক আগত ৰাখিছে।

প্রধানমন্ত্ৰীয়ে 2049 চনৰ ভিতৰত দেশখনক অধিক উন্নত দেশ হিচাপে গঢ়ি তুলিবলৈ এক প্ৰয়াস কৰিছে বুলি উল্লেখ কৰে।

প্ৰধানমন্ত্ৰীয়ে কয় যে যদি আমি জ্ঞানৰ প্ৰতি মনোযোগ দিওঁ, জ্ঞানক সন্মান কৰো, তেন্তে এক উন্নত ভাৰত গঢ়ি তোলা হ’ব।

More Article

0Shares

Leave a Comment

Exit mobile version