অষ্টম অসম আন্তর্জাতিক কৃষি উদ্যান শস্য মেলা – ২০২৩

স্থান: পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰ খানাপাৰা, গুৱাহাটী ১৬, ১৭, ১৮ ডিচেম্বৰ ২০২৩

অনুষ্ঠানটোৰ অন্তর্গত নিম্নলিখিত প্রতিযোগিতা সমূহ আয়োজিত কৰা হৈছে :

১৬-১২-২০২৩

  • পত্র উদ্ভিদ (Potted Plants) ফুল / আলংকৰিক পত্র উদ্ভিদ / অর্কিড/ বনচাই/ কাটফাৱাৰ আৰু স্পাইক / ফল/ নাৰিকল আৰু তামোল/ শাক- পাচলি / মছলা শস্য/ ঔষধি আৰু সুগন্ধি উদ্ভিদ সতেজ কাঠফুলা (ৰাতিপুৱা ৮ বজাৰপৰা ১২ বজালৈ সামগ্রী গ্রহণ আৰু বিয়লি ২ বজাৰ পৰা প্রতিযোগিতা সকলোৰে বাবে মুকলি)

১৭-১২-২০২৩

  • পুষ্পসজ্জা প্রতিযোগিতা (পূৱা ৯ বজাত পঞ্জীয়ন আৰু ১০ বজাৰপৰা প্রতিযোগিতা সকলোৰে বাবে মুকলি)
  • সংসারিত খাদ্য সামগ্ৰী আৰু পিঠা/ লাড্ডু প্রতিযোগিতা (১৬-১২-২০২৩ৰ বিয়লি ৩ বজাৰ পৰা আৰু পুনৰ ১৭-১২-২০২৩ ৰ পুৱা ৮:৩০ বজাৰ পৰা ১০:০০ বজালৈ সামগ্রী গ্রহণ। প্রতিযোগিতা দিনৰ ১১:০০ বজাৰ পৰা সকলোৰে বাবে মুকলি)
  • কুকুৰ প্ৰদৰ্শনী আৰু প্ৰতিযোগিতা (প্রদর্শনী এলেকাত বিয়লি ২.৩০ বজাৰ পৰা সকলোৰে বাবে মুকলি)
  • চিত্রাংকন প্রতিযোগিতা (পুৱা ১০:৩০ বজাৰ পৰা মুখ্য পেলেও পঞ্চমৰ পৰা অষ্টম শ্ৰেণীৰ স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ বাবে বিদ্যালয়ৰ অনুমোদন পৰিচয় পত্র আনিব লাগিব)
  • আন্তঃ বিদ্যালয় কৃষি কুইজ প্রতিযোগিতা (বিয়লি ২ বজাৰ পৰা মুখ্য পেলেত দুজন সদস্যৰ গোটত সংশ্লিষ্ট বিদ্যালয়ৰ অষ্টমৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্র-ছাত্রীৰ বাবে।

প্রতিযোগিতা সমূহত সাধাৰণ ৰাইজৰ লগতে স্কুল/ স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ সক্রিয় অংশগ্রহণ কামনা কৰা হ’ল। পুৰস্কাৰ বিজেতা সকলক ট্ৰফী আৰু প্ৰমাণ পত্ৰ আনুষ্ঠানিক ভাৱে ১৮-১২-২০২৩ তাৰিখে ৰাতিপুৱা ১৯ বজাত মুখ্য পেন্দেলত প্ৰদান কৰা হব।

সবিশেষ জানিবৰ বাবে কাষত দিয়া ফোন নম্বৰত যোগাযোগ কৰক – 9435051697/9435551370

0Shares

Leave a Comment

Exit mobile version