অসম চাহ শ্রমিক-কর্মচাৰী ভবিষ্যনিধি সংগঠন

স্বচ্ছতাৰ দিশত আৰু এখোজ

“আপোনাৰ নিধি আপোনাৰ পদূলিত”

দিনাংক: ৫ জানুৱাৰী ২০২৪ (শুক্রবাৰ)
স্থান : বঙ্গ ভৱন, শিলচৰ

eNíDHì এপৰ শুভ উদ্বোধন ATEPFO ৰ অধীনৰ ভৱিষ্যনিধি সদস্যৰ বাবে

উদ্বোধকঃ শ্ৰীযুত সঞ্জয় কিষাণ মাননীয় মন্ত্রী, শ্রমিক কল্যাণ বিভাগ, অসম চৰকাৰ উপস্থিত থাকিব :

শ্ৰীযুত টেছ গোৱালা
মাননীয় বিধায়ক আৰু উপাধ্যক্ষ
অসম চাহ শ্রমিক-কৰ্মচাৰী ভৱিষ্যনিধি সংগঠন

শ্ৰীযুত কৃপানাথ মাল্লা মাননীয় সাংসদ, কৰিমগঞ্জ

শ্ৰীযুত বি. কল্যাণ চক্রবর্তী অসম চৰকাৰৰ মাননীয় প্রধান সচিব, শ্রমিক কল্যাণ বিভাগ

ই-নিধি এপৰ সহজ পৰিচালনাৰ বাবে www.atepfo.in (ATEPFO e-Portal)ত আপোনাৰ মোবাইল নম্বৰ পঞ্জীয়ন কৰক –

  • (০১) ই-নিধিৰ জৰিয়তে আপোনাৰ ভৱিষ্যনিধি জমা ৰাশিৰ বিষয়ে জানি লওক
  • (০২) আপোনাৰ ই-পাছবুকৰ সবিশেষ সহজতে লাভ কৰক
  • (০৩) ই-নিধিৰ জৰিয়তে আপুনি আপোনাৰ ব্যক্তিগত ৰচিদ ডাউনলোড কৰক
  • (০৪) আপোনাৰ ভৱিষ্যনিধিৰ সংলগ্ন দাবীসমূহৰ বৰ্তমান স্থিতিৰ সবিশেষ লাভ কৰক

ৱেবচাইট: www.atepfo.in, ই-মেইল: enidhi.atepfo@gmail.com মতামত/প্ৰশ্নৰ বাবে 7099004082 নম্বৰত যোগাযোগ কৰক অসম চাহ শ্রমিক-কৰ্মচাৰী ভৱিষ্যনিধি সংগঠন, নিধি ভৱন, লালমাটি, গুৱাহাটী-২৯ ৰ দ্বাৰা প্ৰচাৰিত

More Article

0Shares

Leave a Comment

Exit mobile version