এটি উজ্জ্বল ভৱিষ্যতৰ আধাৰ পালন ১০০০ হওঁক প্ৰতিটো শিশুৰ অধিকাৰ

শিশুৰ ৮০% মানসিক বিকাশ জীৱনৰ প্ৰথম ১০০০ দিনত হয়। এই সময়ছোৱাত পালন ১০০০ৰ প্ৰতিটো পদ্ধতি অৱলম্বনে আপোনাৰ সন্তানৰ সুন্দৰ শৈশৱ আৰু এক উজ্জ্বল ভৱিষ্যতৰ নিশ্চয়তা প্ৰদান কৰিব।

আপোনাৰ শিশুটিৰ মানসিক বিকাশৰ বাবে ৬ টা সৰল প্ৰণালী

প্রণালী নং 1

যেতিয়া শিশুটিক ভালদৰে কৰিবা যতন, চোৱা-চিতা আৰু প্ৰেম, তেতিয়াহে মানসিক বিকাশ হ’ব অপৰিসীম

প্রণালী নং 2

স্তনপান কৰোৱাৰ সময় এয়া মৰম-স্নেহৰো সময়

প্রণালী নং 3

খোজ কঢ়া, দৌৰা, খেলা, নৃত্য কৰা আদিয়ে শিশুটিৰ সুস্থতা আৰু কৌতূহল বৃদ্ধি কৰে

প্রণালী নং 4

গণনা কৰা, গান গোৱা, তুলনা কৰা আৰু আকৃতি বনোৱা আদিয়ে শিশুৰ বুজি পোৱাৰ শক্তিক জাগ্ৰত কৰে

প্রণালী নং 5

শিশুটিক কাহিনী শুনাওক, কল্পনা আৰু ভাষাৰ প্ৰতি আগ্রহ জাগ্ৰত কৰাওক

প্রণালী নং 6

মানসিক চাপৰ পৰা আঁতৰি থাকক আপোনাৰ শিশুটি তীক্ষ্ণ কৰি তোলক

More Article

0Shares

Leave a Comment

Exit mobile version