ভাৰতত ক্ৰমাৎ বৃদ্ধি পাইছে কৰ’না

নতুন দিল্লী, ২৯ ডিচেম্বৰ : কৰ’নাৰ নতুন প্রজাতি জে এন-১ৰ সংক্ৰমণ ক্রমাৎ বৃদ্ধি পাইছে।

বিশেষকৈ বৰদিনৰ পাছৰে পৰা ভাৰতত কৰ’নাৰ সংক্ৰমণ বৃদ্ধি পোৱা বুলি দাবী কৰিছে স্বাস্থ্য মন্ত্রণালয়ে।

এসপ্তাহৰ ভিতৰত ভাৰতত কৰ’নাত আক্ৰান্তৰ সংখ্যা ডেৰ শতাধিক হৈছে। তদুপৰি এতিয়ালৈকে ছজনৰ মৃত্যু ঘটিছে।

নতুন বছৰটোৰ আৰম্ভণিৰ আগমুহূৰ্তত কৰ’নাৰ পুনৰ সংক্ৰমণে চিন্তিত কৰি তুলিছে দেশবাসীক।

More Article

0Shares

Leave a Comment

Exit mobile version