ভোটাৰ তালিকাত আপোনাৰ নাম পৰীক্ষা কৰক

সময় কমি আহিছে পলম নকৰিব

প্ৰপত্ৰ দাখিলৰ অন্তিম তাৰিখ হৈছে – 08-01-2024

তালিকাত আপোনাৰ নাম পৰীক্ষা কৰক –
জিলা নির্বাচন বিষয়া (ডি.ই.অ.) ৰ কাৰ্যালয়ত
ই. আৰ. অ’ অথবা চক্ৰ বিষয়াৰ কাৰ্যালয়ত
সংশ্লিষ্ট ভোটগ্রহণ কেন্দ্ৰত
www.ceoassam.nic.in ৱেবছাইটত

বিতং তথ্য সংগ্ৰহ কৰিবলৈ
বুথ পৰ্যায়ৰ বিষয়া (বি. এল. অ.) ৰ
সৈতে যোগাযোগ কৰক

প্ৰপত্ৰ ৬ পূৰণ কৰি আপোনাৰ নাম পঞ্জীয়ন কৰক
নাম অন্তৰ্ভুক্তিৰ ক্ষেত্ৰত অভিযোগ দাখিল বা নাম কৰ্তনৰ বাবে আবেদন কৰিবলৈ প্ৰপত্ৰ ৭ পূৰণ কৰক
স্থানান্তৰ বা তালিকাত কোনো বিৱৰণিৰ শুধৰণিৰ বাবে প্ৰপত্ৰ ৮ পূৰণ কৰক

0Shares

Leave a Comment

Exit mobile version