তামিলনাড়ত ২০ হাজাৰ কোটি টকাৰ প্ৰকল্প উদ্বোধন, আধাৰশিলা স্থাপন মোদীৰ

তিৰুচিৰাপল্লী, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে তামিলনাড়ু ত ২০,১৪০ কোটি টকাৰ প্ৰকল্প দেশৰ নামত উছৰ্গা কৰে তথা আধাৰশিলা স্থাপন কৰে । এই প্রকল্পবোৰ হৈছে বিমান, সামুদ্রিক বন্দৰ, ৰে’ল, ঘাইপথ, পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ, আণৱিক শক্তি আৰু উচ্চ শিক্ষাৰ ৷ মোদীয়ে তিৰুচিৰাপল্লী আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত নতুন টার্মিনেল ভৱনো উদ্বোধন কৰে। ১,১০০ কোটি টকা ব্যয় সাপেক্ষে নির্মিত এই … Read more

আপোনাৰ পৰা কোনো চৰকাৰী বিষয়া অথবা কৰ্মচাৰীয়ে উৎকোচ বিচাৰিছে নেকি?

উৎকোচ বিচাৰিছে নেকি? অনুগ্ৰহ কৰি যোগাযোগ কৰক – দুর্নীতি নিৰীক্ষণ আৰু নিবাৰণ সঞ্চালকালয়, অসম শ্রীমন্তপুৰ, গুৱাহাটী-৭৮১০৩২ https://dgvigilance.assam.gov.in/

গুৱাহাটীৰ দীৰ্ঘতম উৰণ সেতুৰ প্ৰাৰম্ভ 2024 New Bridge Project

দীঘলীপুখুৰীৰ পৰা নুনমাটি এফ-চি-আইলৈ ৪-লেনযুক্ত উৰণ সেতুৰ শিলান্যাস মুখ্য অতিথি ড° হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী, অসম PWD অসম চৰকাৰ লোকনির্মাণ (পথ) বিভাগ | যান-ডাঁটৰ সমস্যা আঁতৰাই সুচল যাত্ৰাৰ দিশে আৰু এখোজ গৌৰৱময় উপস্থিতি উৰণ সেতুৰ দৈৰ্ঘ্য 5053.20 মিটাৰ উৰণ সেতুৰ প্রস্থ Other Article

অসম চৰকাৰৰ দ্বাৰা গুৱাহাটীৰ বাবে ২০০খন শীত-তাপ নিয়ন্ত্রিত বৈদ্যুতিক বাহনৰ শুভাৰম্ভ

জীৱাশ্ম ইন্ধন ব্যৱহাৰৰ পৰা আঁতৰি অসমৰ ৰাজহুৱা পৰিবহণ ব্যৱস্থাত অভিনৱ সংযোজন “২০১৪ চনৰ পৰা সেউজ শক্তি সন্দৰ্ভত ভাৰতৰ প্ৰচেষ্টা আৰু প্ৰতিশ্ৰুতিবদ্ধতা সম্পর্কে সমগ্ৰ বিশ্ব অৱগত । চলিত দশকৰ শেষলৈ আমি আমাৰ ৫০% ইন্ধন অ-জীৱাশ্ম উৎসৰ পৰা আহৰণ কৰাৰ লক্ষ্য স্থিৰ কৰিছোঁ।” – প্রধানমন্ত্রী শ্ৰীনৰেন্দ্ৰ মোদী ১ জানুৱাৰী ২০২৩ গুৱাহাটীৰ বাবে ১০০ খন চি এন জি … Read more

অনুচ্ছেদ ৩৭০ কোনো দিনে নাহে – প্রধানমন্ত্রী মোদী

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্ত পিছত অনুচ্ছেদ ৩৭০ চিৰদিনৰ বাবে বাতিল কৰা হৈছে আৰু এতিয়া জম্মু-কাশ্মীৰ আৰু লাডাখৰ লোকসকলে প্ৰথমবাৰৰ বাবে তেওঁলোকৰ ভাগ্য হাতেৰে লিখিবলৈ মুক্ত। প্রধানমন্ত্রী মোডীয়ে এটা মিডিয়া চেনেলক দিয়া এক সাক্ষাৎকাৰত এইকথা কয় যাৰ তথ্য সংবাদ সংস্থা এএনআইয়ে শ্বেয়াৰ কৰে। প্ৰধানমন্ত্ৰী মোডীয়ে সাক্ষাৎকাৰটোত কয় যে তেওঁ এজন বিজেপি কর্মী, … Read more

ভাৰতীয় বিজ্ঞানৰ বাবে ব্যস্তভৰা হ’ব ‘২০২৪’

ভাৰতীয় বিজ্ঞানৰ বাবে ব্যস্ত ভৰা হ’ব 2024। আগন্তুক বৰ্ষত ভাৰতৰ বিজ্ঞান ক্ষেত্ৰত কেইবাটাও নতুন দিশৰ সূচনা হ’ব। চলিত বৰ্ষত চন্দ্ৰপৃষ্ঠৰ দক্ষিণ মেৰুত ঐতিহাসিক চন্দ্ৰযান-৩ ছফ্‌ট লেণ্ডিঙৰ পিছত ভাৰতে এতিয়া অধিক প্ৰত্যাহ্বানমূলক অভিযানৰ ওপৰত দৃষ্টি ৰাখিছে। আগন্তুক বৰ্ষত ভাৰতে মহাকাশলৈ মানৱ প্ৰেৰণ কৰিব আৰু চন্দ্ৰপৃষ্ঠৰ পৰা নমুনা সংগ্ৰহ কৰি পৃথিৱীলৈ উভতি অহাৰ এক প্রত্যাহ্বানমূলক অভিযান চলাব। … Read more

ভাৰতত ক্ৰমাৎ বৃদ্ধি পাইছে কৰ’না

নতুন দিল্লী, ২৯ ডিচেম্বৰ : কৰ’নাৰ নতুন প্রজাতি জে এন-১ৰ সংক্ৰমণ ক্রমাৎ বৃদ্ধি পাইছে। বিশেষকৈ বৰদিনৰ পাছৰে পৰা ভাৰতত কৰ’নাৰ সংক্ৰমণ বৃদ্ধি পোৱা বুলি দাবী কৰিছে স্বাস্থ্য মন্ত্রণালয়ে। এসপ্তাহৰ ভিতৰত ভাৰতত কৰ’নাত আক্ৰান্তৰ সংখ্যা ডেৰ শতাধিক হৈছে। তদুপৰি এতিয়ালৈকে ছজনৰ মৃত্যু ঘটিছে। নতুন বছৰটোৰ আৰম্ভণিৰ আগমুহূৰ্তত কৰ’নাৰ পুনৰ সংক্ৰমণে চিন্তিত কৰি তুলিছে দেশবাসীক। More Article

মহাকাশত চোৰাংচোৱাগিৰি কৰিব ভাৰতে, প্ৰেৰণ কৰিব ৫০টা গুপ্তচৰ

নতুন দিল্লী, ২৯ ডিচেম্বৰ স্থল সম্পৰ্কীয় চোৰাংচোৱা তথ্য সংগ্ৰহৰ বাবে ভাৰতে অহা পাঁচ বছৰত এটা অচল উপগ্রহ প্ৰেৰণ কৰিব। ইছৰোৰ মূৰব্বী ড° এছ সোমনাথে এই কথা প্রকাশ কৰিছে। তেওঁ লগতে জনায় যে এই উপগ্রহসমূহৰ জৰিয়তে শত্রুৰ গতিবিধি পর্যবেক্ষণ কৰা হ’ব। উল্লেখ্য যে আই আই টি মুম্বাইৰ বিজ্ঞান আৰু প্ৰযুক্তি সম্পর্কে অনুষ্ঠিত এক সন্মিলনত দিয়া ভাষণ … Read more

ফিৰ আয়েগা মোদী ! প্ৰচাৰৰ বাবে বিজেপিৰ নতুন শ্ল’গান

নতুন দিল্লী, ২৯ ডিচেম্বৰ : ২৪ৰ নির্বাচনক লৈ শাসক-বিৰোধী সকলোবোৰ দলেই ককালত টঙালি বান্ধিছে। গেৰুৱা দল বিজেপিয়ে ইতিমধ্যেই নির্বাচনী প্ৰচাৰ আৰম্ভ কৰিলেই। ইয়াৰ বাবে দলটোৱে লৈছে নতুন শ্ল’গান। এইবাৰ বিজেপিৰ কর্মী-সমর্থকসকলে পূৰ্বৰ দৰে অৱ কি বাৰ মোদী চৰকাৰ’ বুলি শ্ল’গান নিদিব। ইয়াৰ সলনি প্ৰচাৰ সভাসমূহৰ শ’গান হ’ব ‘ফি আয়েগা মোদী’। ইতিমধ্যেই দলটোৱে এই শ্ল’গানৰ আনুষ্ঠানিক … Read more

ইজৰাইলৰ বিৰুদ্ধে কঠোৰ প্ৰতিশোধৰ ভাবুকি ইৰাণৰ

ছিৰিয়াৰ ৰাজধানী ডামাস্কাছৰ উপকণ্ঠত ইজৰাইলী বাহিনীয়ে চলোৱা বিমান আক্রমণত ইৰাণৰ বিপ্লৱী গার্ড বাহিনীৰ শীৰ্ষ উপদেষ্টা ৰাজি মুছাভিৰ নিহত হোৱা ঘটনাৰ প্ৰতিশোধ ল’ব ইৰানে। ইৰানৰ ৰাষ্ট্ৰপতি ইব্রাহিম ৰাইছীয়ে এই সন্দৰ্ভত কয় যে ইজৰাইলে ইয়াৰ পৰিণাম ভূগিব লাগিব। তেওঁ লগতে কয়— ছিৰিয়াত ইৰানৰ সামৰিক উপদেষ্টা হত্যা কৰাটো দখলদাৰী ইজৰাইলৰ হতাশাৰ লক্ষণ। ইয়াৰ পৰিণাম ইজৰাইলে নিশ্চিতভাৱে ভূগিব লাগিব। … Read more

Exit mobile version