জিএছটি কৰদাতাসকলে মনোযোগ দিয়ক !

অনুৰোধ কৰি ২০২২-২০২৩ বিত্তীয় বৰ্ষৰ আপোনাৰ বাৰ্ষিক ৰিটাণ ফৰ্ম GSTR-9* আৰু ফৰ্ম GSTR-9C# ত দাখিল কৰক অন্তিম তাৰিখৰ পূৰ্বে কৰদাতাসকলে ফর্ম GSTR-9 দাখিল কৰাটো অনিবার্য নিম্নলিখিতক বাদ দি গড় বার্ষিক টার্ণঅভাব ২ কোটি টকাৰ অধিক হোৱা (বিত্তীয় বৰ্ষ 2022-2023 সময়ছোৱাত) সকলো জিএছটি কৰদাতা : কৰদাতাসকলে ফর্ম GSTR-9C দাখিল কৰাটো অনিবার্য এনেকুৱা কৰদাতা, যার গড় বার্ষিক … Read more

নতুন বছৰত ৪০ লাখ হিতাধিকাৰীক দিয়া হ’ব ৰেছন কাৰ্ড

মোহনবাৰীত মন্ত্ৰী ৰঞ্জিত দাসৰ ঘোষণা ডিব্ৰুগড়ত অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী তথা ডিব্ৰুগড় জিলাৰ অভিভাৱক মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে এক অনুষ্ঠানত অংশ লয়। লাহোৱাল উন্নয়ন খণ্ডৰ অন্তৰ্গত মোহনবাৰী গাঁও পঞ্চায়তৰ সমীপত অনুষ্ঠিত হোৱা “বিকশিত ভাৰত সংকল্প যাত্রা’ শীর্ষক কার্যসূচীত অংশগ্ৰহণ কৰে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। ৰাইজক উদ্দেশ্যি … Read more

মোদী চৰকাৰৰ গ্যাৰান্টি ৭৫% পর্যন্ত ৰেহাই

জন ঔষধি কেন্দ্ৰসমূহে সহজলভ্য আৰু ৭৫% পর্যন্ত ৰেহাই মূল্যত গুণগত মানৰ ঔষধ প্ৰদান কৰে। মোদী চৰকাৰৰ গ্যাৰান্টি এতিয়া জন ঔষধি কেন্দ্ৰসমূহে নিয়োগৰ ভাল সুযোগ প্ৰদান কৰিছে মাননীয় প্রধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদীয়ে প্রধান মন্ত্রী ভাৰতীয় জন ঔষধি পৰিযোজনাৰ অধীনত জন ঔষধি কেন্দ্ৰৰ সংখ্যা ২৫,০০০ লৈ বৃদ্ধি কৰাৰ বাবে প্ৰকল্প আৰম্ভ কৰিছে। দেশৰ প্ৰত্যেক জিলাতে জন ঔষধি … Read more

অন্ন সেৱা দিন এতিয়া প্ৰতিমাহে ১ ৰ পৰা ১০ তাৰিখলৈ ডিচেম্বৰত আৰম্ভণি

অন্ন সেৱা দিন অসম চৰকাৰ খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগ খাদ্য সুৰক্ষা সুনিশ্চিতকৰণেৱে চৰকাৰৰ অভিনব জনমুখী প্ৰয়াস এই বিশেষ দিনত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন, ২০১৩ৰ অধীনত “প্রধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনা” ৰ হিতাধিকাৰীসকললৈ ৩৫ কিঃগ্রাঃ চাউল অন্ত্যোদয়া অন্ন যোজনা(AAY)ৰ প্ৰতিমাহে, প্ৰতি পৰিয়াললৈ আৰু ৫ কিঃগ্রাঃ চাউল অগ্ৰাধিকাৰপ্ৰাপ্ত পৰিয়াল(PHH)ৰ প্রতিমাহে, প্ৰতিগৰাকী হিতাধিকাৰীলৈ প্ৰদান কৰা … Read more

Exit mobile version