অনাগত দিনবোৰ | অসমীয়া কবিতা 2024
সবিতা বৰা কোঁৱৰ নদী শান্ত হৈ বৈ থাককফুলবোৰ কলিতে মৰহি নাযাওক হত্যা, লুণ্ঠন, দুর্ঘটনা হ্রাস পাওকভোকৰ যাতনা দুৰ্ভিক্ষ নোহোৱা হওক তুমি মই আমি হওঁগছৰ শিপা সুদৃঢ় হওক আকাশ আৰু পৃথিৱীৰ গান-কবিতাৰছন্দে ছন্দে ফুলি উঠক সময় য’তেই শূন্যতাই নিৰলে উচুপি আছেতাৰ আগত এক এটি আহিপূর্ণতা আনক এনেকৈয়ে দুঃসময়নিপাত যাওক !