দ্বিতীয় সমবায় মেলা ২০২৪

৯ – ১১ জানুৱাৰী, 2024 স্থান : গণেশ মন্দিৰ ইনড’ৰ ষ্টেডিয়াম খেলপথাৰ, খানাপাৰা, গুৱাহাটী

অসমৰ সমবায়সমূহত থলুৱা শিল্পী,
কলা-কুশলীয়ে প্ৰস্তুত কৰা

  • দুগ্ধ উৎপাদিত খাদ্য
  • আলংকাৰিক ফুল আৰু গছ
  • হাতে বোৱা কাপোৰ
  • মৃৎশিল্প
  • টোৰাকোটা শিল্প
  • বাঁহ- বেতৰ সামগ্রী
  • আ-অলংকাৰ আদি বিভিন্ন সামগ্রী প্রদর্শন আৰু বিক্ৰী কৰা হ’ব
  • চিত্রাংকন প্রতিযোগিতা
  • কুইজ প্রতিযোগিতা
  • দলীয় নৃত্য প্রতিযোগিতা
  • ইয়াৰ উপৰিও জনপ্রিয় শিল্পীৰ সংগীতানুষ্ঠান
0Shares

Leave a Comment

Exit mobile version