জিএছটি কৰদাতাসকলে মনোযোগ দিয়ক !

অনুৰোধ কৰি ২০২২-২০২৩ বিত্তীয় বৰ্ষৰ আপোনাৰ বাৰ্ষিক ৰিটাণ ফৰ্ম GSTR-9* আৰু ফৰ্ম GSTR-9C# ত দাখিল কৰক অন্তিম তাৰিখৰ পূৰ্বে

কৰদাতাসকলে ফর্ম GSTR-9 দাখিল কৰাটো অনিবার্য

নিম্নলিখিতক বাদ দি গড় বার্ষিক টার্ণঅভাব ২ কোটি টকাৰ অধিক হোৱা (বিত্তীয় বৰ্ষ 2022-2023 সময়ছোৱাত) সকলো জিএছটি কৰদাতা :

  1. ইনপুট ছাৰ্ভিচ ডিস্ট্রিবিউটৰ
  2. কেজুৱেল টেক্সেবল পার্ছন
  3. টিডিএছ ডিডাক্টৰ
  4. জিএছটি কালেক্টৰ
  5. নন-বেছিডেন্ট টেক্সেব’ল পার্ছন

কৰদাতাসকলে ফর্ম GSTR-9C দাখিল কৰাটো অনিবার্য

এনেকুৱা কৰদাতা, যার গড় বার্ষিক টার্ণতাভাব ৫ কোটি টকাৰ অধিক (২০২২-2023 বিত্তীয় বৰ্ষৰ সময়ছোৱাত তেওঁলোকে ফর্ম GSTR-9 ত বার্ষিক ৰিটাৰ্ণৰ লগতে ফর্ম GSTR-9C স্ব-প্রমাণিত বিকনচিলিয়েছন স্টেটমেণ্ট দাখিল কৰাটো আৱশ্যক হ’ব।

ফর্ম GSTR-9 আৰু ফৰ্ম GSTR-9C পলমকৈ দাখিল কৰিলে বিলম্বিত মাচুল আৰোপ কৰা হ’ব।

0Shares

Leave a Comment

Exit mobile version