গুণোত্‍সৱ ২০২৪ গুণগত শিক্ষাৰ মান নিশ্চিতকৰণৰ এক প্ৰয়াস

গুণোত্‍সৱ ২০২৪

মূল্যায়নৰ পৰ্যায় :

প্রথম পর্যায় (৩ – ৬ জানুৱাৰী ২০২৪ )

১২ জিলা – বৰপেটা, বজালী, হোজাই কৰিমগঞ্জ, কামৰূপ, কাৰ্বি আংলং, কোকৰাঝাৰ, লখিমপুৰ, নগাঁও, শিৱসাগৰ, দক্ষিণ শালমাৰা মানকাচৰ আৰু ওদালগুৰি জিলা

দ্বিতীয় পর্যায় (৯-১২ জানুৱাৰী ২০২৪)

১৩ জিলা বাক্সা, বিশ্বনাথ, চিৰাং, চৰাইদেউ, ধেমাজি, ধুবুৰী, গোলাঘাট, হাইলাকান্দি, যোৰহাট, কামৰূপ (মহানগৰ), শোণিতপুৰ, তিনিচুকীয়া আৰু তামুলপুৰ জিলা

তৃতীয় পর্যায় ৫- ৮ ফেব্ৰুৱাৰী ২০২৪)

১০ জিলা বঙাইগাঁও, দৰং, ডিব্ৰুগড়, গোৱালপাৰা, কাছাৰ, নলবাৰী, মৰিগাঁও, ডিমা হাচাও, মাজুলী আৰু পশ্চিম কাৰ্বি আংলং জিলা

More Scheme

0Shares

Leave a Comment

Exit mobile version