জীৱাশ্ম ইন্ধন ব্যৱহাৰৰ পৰা আঁতৰি অসমৰ ৰাজহুৱা পৰিবহণ ব্যৱস্থাত অভিনৱ সংযোজন
“২০১৪ চনৰ পৰা সেউজ শক্তি সন্দৰ্ভত ভাৰতৰ প্ৰচেষ্টা আৰু প্ৰতিশ্ৰুতিবদ্ধতা সম্পর্কে সমগ্ৰ বিশ্ব অৱগত । চলিত দশকৰ শেষলৈ আমি আমাৰ ৫০% ইন্ধন অ-জীৱাশ্ম উৎসৰ পৰা আহৰণ কৰাৰ লক্ষ্য স্থিৰ কৰিছোঁ।” – প্রধানমন্ত্রী শ্ৰীনৰেন্দ্ৰ মোদী
১ জানুৱাৰী ২০২৩
গুৱাহাটীৰ বাবে ১০০ খন চি এন জি বাছ
১ জানুৱাৰী ২০২৪
গুৱাহাটীৰ বাবে ২০০ খন বৈদ্যুতিক বাছ
১ জানুৱাৰী ২০২৫
দুবছৰত গুৱাহাটীৰ ৰাজহুৱা পৰিবহণ ব্যৱস্থা সম্পূৰ্ণৰূপে জীৱাশ্ম ইছনৰ পৰা মুক্ত কৰা
১ জানুৱাৰী ২০২৬
- এখন সেউজ গুৱাহাটীৰ বাবে ২০০খন শীত-তাপ নিয়ন্ত্রিত বৈদ্যুতিক বাছৰ ব্যৱস্থা
- সুচল যাতায়তৰ বাবে অত্যাধুনিক চার্জিঙৰ সেৱাসমূহৰ বাবে নিৰৱচ্ছিন্ন প্রচেষ্টা
- ১০০খন চি এন জি বাছৰ পাছত, বৈদ্যুতিক বাছৰ প্ৰৱৰ্তনৰ দ্বাৰা সেউজ ৰাজহুৱা পৰিবহণ ব্যৱস্থাৰ প্ৰতি অসম চৰকাৰৰ দায়বদ্ধতাৰ প্ৰতিফলন
- আগন্তুক ২ বছৰৰ ভিতৰত গুৱাহাটীৰ ৰাজহুৱা পৰিবহণক সম্পূৰ্ণৰূপে সেউজ পৰিবহণ ব্যৱস্থালৈ ৰূপান্তৰৰ প্ৰচেষ্টা
ভাৰত চৰকাৰৰ ‘এখন ৰাষ্ট্ৰ এখন কার্ড’ লক্ষ্যৰ দ্বাৰা অনুপ্ৰাণিত হৈ অফলাইন আৰু অনলাইন – উভয়ৰ ক্ষেত্ৰত সহজে ধন আদায়ৰ বাবে নেচনেল কমন ম’বিলিটি কার্ডো (এন চি এম চি) এ এছ টি চিৰ দ্বাৰা প্ৰৱৰ্তন কৰা হ’ব।
এক গৌৰৱময় ভৱিষ্যতৰ বাবে আহক আমি সকলো একেলাপ অগ্ৰসৰ হওঁ। ভৱিষ্যতৰ শক্তিঃ গুৱাহাটী ৰাজহুৱা পৰিবহণ ব্যৱস্থা ১০০% সেউজ পতি
মুখ্য অতিথি ড° হিমন্ত বিশ্ব শর্মা মুখ্যমন্ত্রী, অসম
১ জানুৱাৰী ২০২৪
পুৱা ১০ বজা
অসম ৰাজ্যিক পৰিবহণ নিগমৰ চৌহদ,
ৰূপনগৰ, গুৱাহাটী
More Article