নান্দনিক সৌন্দর্য | অসমীয়া কবিতা 2024

ৰাজশ্ৰী সেনাপতি গগৈ

গোলাপ ফুল প্ৰায়ে
প্ৰেম আৰু সৌন্দৰ্যৰ প্ৰতীক
গোলাপ আৰু ব্যক্তিৰ মাজৰ তুলনা
প্রায়ে সৌন্দর্য, বিষয়বস্তু অন্বেষণ
হিচাপে ব্যৱহাৰ কৰা হয় ।
ফুল ফুলি থকা প্রেম।
গোলাপৰ ৰং, প্ৰকৃতিৰ মাষ্টাৰপিচ।
কালজয়ী সৌন্দর্য।
গোলাপৰ বাগিচা
নান্দনিক সৌন্দর্য।
সৌন্দর্যই আৰু ইন্দ্ৰিয়বোৰে
আকৰ্ষণ কৰে আমাৰ জীৱনলৈ
আনন্দ আৰু কঢ়িয়াই আনে
নতুনত্ব, নতুনত্ব আৰু নতুনত্ব ।

0Shares

Leave a Comment

Exit mobile version