অস্কাৰ দৌৰত শ্বাহৰুখ খান ডাংকি

শ্বাহৰুখ খান অভিনীত শেহতীয়া ছবি ‘ডাংকি’ অস্কাৰ দৌৰত অস্কাৰৰ দৌৰত নামিছে।

সুত্ৰৰ খবৰ মতে বিদেশী ছবিৰ শিতানত ডাংকি মনোনয়নৰ বাবে পঠোৱা হৈছে। ৰাজকুমাৰ হিৰাণীৰ ছবিখনে ইতিমধ্যে দেশত ৫০০ কোটি টকা আয় কৰিছে।

ডাকল, শ্বাহৰুখৰ ‘ডাংকি’শ্বাহৰুখৰ উপৰিও তাপসী পান্নু, ভিকি কৌশল, ৰোমান ইৰাণিৰ দৰে তাৰকা শিল্পীয়ে অভিনয় কৰিছে।

ডাংকিৰ লগতে অকাডেমি এৱাৰ্ডৰ বাবে অমন পালেকৰ পৰিচালিত ‘পহেলী’ শীর্ষক ছবিখনো মনোনয়নৰ বাবে পঠোৱা বুলি জানিব পৰা গৈছে।

ইফালে শেহতীয়া খবৰ অনুসৰি বলীউডৰ বাদশাহে এইবাৰ বাংলাদেশৰ ছবিত অভিনয় কৰিবলৈ মন মেলিছে। ইতিমধ্যে শুটিং আৰম্ভ হোৱা ছবিৰ নাম ‘অপাৰেশ্যন জেকপট’।

0Shares

Leave a Comment

Exit mobile version