এই আঁচনিয়ে কেৱল সমগ্ৰ দেশৰ কাৰিকৰ আৰু শিল্পীসকলৰ দক্ষতা বৃদ্ধি নকৰে, বৰঞ্চ তেওঁলোকে প্ৰস্তুত কৰা সামগ্ৰীসমূহক বিশ্বজুৰি এক নতুন পৰিচয় প্ৰদান কৰিব। – নৰেন্দ্ৰ মোদী, প্রধানমন্ত্রী
পি এম বিশ্বকর্মা
মোদী চৰকাৰ কী গেৰাণ্টি, পৰম্পৰাগত দক্ষতাক নতুন স্বীকৃতি
আঁচনিৰ লাভ
- পি এম বিশ্বকর্মা প্রমাণপত্ৰ আৰু পৰিচয় পত্র
- দক্ষতা উন্নীতকৰণৰ বাবে প্ৰশিক্ষণ আৰু প্ৰতিদিনে ৫০০ টকাৰ বৃত্তি
- ১৫ হাজাৰ টকালৈকে টুলকিট
- বিশ্বকর্মা ভাই-ভনীসকলৰ বাবে ৩ লাখ টকালৈকে গেৰাণ্টি মুক্ত ঋণ
- ডিজিটেল লেনদেনৰ বাবে ইনচেণ্টিভ
- সামগ্ৰীৰ বাবে মানদণ্ড প্ৰমাণপত্ৰ, ব্ৰেণ্ডিং আৰু বিজ্ঞাপনৰ দৰে বিপণন সমর্থন
১৫ প্ৰকাৰৰ পৰম্পৰাগত কাৰিকৰ আৰু শিল্পীয়ে লাভালাভ পাব –
- কাঠমিস্ত্রী
- নৌকা নির্মাতা
- অস্ত্র নির্মাতা
- মালা নির্মাতা
- ৰাজমিস্ত্ৰী
- সোণাৰী
- নাপিত
- তলা নির্মাতা
- হাতুৰী আৰু টুলকিট নির্মাতা
- ভাস্কর্যশিল্পী, শিলৰ কাৰ্ডাৰ / ব্ৰেকাৰ
- মাছ ধৰা জাল নির্মাতা
- কমাৰ
- বাস্কেট / মেট / ঝাড়ু নির্মাতা/কয়ৰ
- জোতা মেৰামতিকাৰী
- পুতলা নির্মাতা (পৰম্পৰাগত)
আঁচনিত আবেদনৰ বাবে, বিশ্বকর্মা ভাতৃ-ভগ্নীসকলে নিকটতম জন সেৱা কেন্দ্ৰলৈ যাব পাৰে
More Sheme