পি এম বিশ্বকর্মা আঁচনি 2024

এই আঁচনিয়ে কেৱল সমগ্ৰ দেশৰ কাৰিকৰ আৰু শিল্পীসকলৰ দক্ষতা বৃদ্ধি নকৰে, বৰঞ্চ তেওঁলোকে প্ৰস্তুত কৰা সামগ্ৰীসমূহক বিশ্বজুৰি এক নতুন পৰিচয় প্ৰদান কৰিব। – নৰেন্দ্ৰ মোদী, প্রধানমন্ত্রী

পি এম বিশ্বকর্মা

মোদী চৰকাৰ কী গেৰাণ্টি, পৰম্পৰাগত দক্ষতাক নতুন স্বীকৃতি

আঁচনিৰ লাভ

  • পি এম বিশ্বকর্মা প্রমাণপত্ৰ আৰু পৰিচয় পত্র
  • দক্ষতা উন্নীতকৰণৰ বাবে প্ৰশিক্ষণ আৰু প্ৰতিদিনে ৫০০ টকাৰ বৃত্তি
  • ১৫ হাজাৰ টকালৈকে টুলকিট
  • বিশ্বকর্মা ভাই-ভনীসকলৰ বাবে ৩ লাখ টকালৈকে গেৰাণ্টি মুক্ত ঋণ
  • ডিজিটেল লেনদেনৰ বাবে ইনচেণ্টিভ
  • সামগ্ৰীৰ বাবে মানদণ্ড প্ৰমাণপত্ৰ, ব্ৰেণ্ডিং আৰু বিজ্ঞাপনৰ দৰে বিপণন সমর্থন

১৫ প্ৰকাৰৰ পৰম্পৰাগত কাৰিকৰ আৰু শিল্পীয়ে লাভালাভ পাব –

  • কাঠমিস্ত্রী
  • নৌকা নির্মাতা
  • অস্ত্র নির্মাতা
  • মালা নির্মাতা
  • ৰাজমিস্ত্ৰী
  • সোণাৰী
  • নাপিত
  • তলা নির্মাতা
  • হাতুৰী আৰু টুলকিট নির্মাতা
  • ভাস্কর্যশিল্পী, শিলৰ কাৰ্ডাৰ / ব্ৰেকাৰ
  • মাছ ধৰা জাল নির্মাতা
  • কমাৰ
  • বাস্কেট / মেট / ঝাড়ু নির্মাতা/কয়ৰ
  • জোতা মেৰামতিকাৰী
  • পুতলা নির্মাতা (পৰম্পৰাগত)

আঁচনিত আবেদনৰ বাবে, বিশ্বকর্মা ভাতৃ-ভগ্নীসকলে নিকটতম জন সেৱা কেন্দ্ৰলৈ যাব পাৰে

More Sheme

0Shares

Leave a Comment

Exit mobile version