পাৰস্যত এভুমুকি lesson 12 class 10 assamese Online textbook
পাৰস্যত এভুমুকি lesson 12 class 10 assamese Online textbook ৰথীন্দ্রনাথ গোস্বামী পাৰস্য উপসাগৰত অৱস্থিত আমাৰ ৰিগটোৰ পৰা আহি বৰ নগৰী বুশ্বেৰত অৱতৰণ কৰোঁতে প্রায় দুই বাজিছিল। হেলিকপ্টাৰৰ দুৱাৰ খােলাৰ লগে লগে ভমককৈ এছাটি গৰম বতাহ সােমাই আহিল। বুজিবলৈ বাকী নাথাকিল যে বুশ্বেৰৰ তাপমাত্রা চল্লিছ ডিগ্রী ছেণ্টিগ্রেডৰ ওপৰত আছে। এই প্রচণ্ড গৰমত নৱেৰ ওচৰত ৰৈ থাকিব … Read more