পশুধন আৰু হাঁহ কুকুৰা মেলা-২০২৪

অসম চৰকাৰ

পশুপালন আৰু পশুচিকিৎসা বিভাগ, অসম আৰু অসম পশুধন আৰু হাঁহ কুকুৰা নিগমৰ উদ্যোগত

৫, ৬ আৰু ৭ জানুৱাৰী ২০২৪

খানাপাৰা ফার্মগেট খেলপথাৰ (হোটেল ভিভাণ্টাৰ সমীপত), গুৱাহাটী-২২

শ্ৰীযুত অতুল বৰা
কৃষি তথা পশুপালন মন্ত্রী, অসম

মেলাৰ বৈশিষ্ট্য

  • প্ৰদৰ্শিত হ’ব পশুপালন আৰু দুগ্ধ খণ্ডৰ শেহতীয়া প্ৰযুক্তি পশুধন আৰু বাণিজ্যিক পক্ষীৰ বিভিন্ন প্রজাতি প্ৰতিদিনে পশুপালকলৈ পশুপালন সম্পৰ্কীয় বিনামূলীয়া প্ৰশিক্ষণ
  • বিত্তীয় প্ৰতিষ্ঠানৰ উচ্চপদস্থ বিষয়াৰ সৈতে পশুপালকৰ মত বিনিময় আদিকে ধৰি বিভিন্ন কাৰ্যসূচী
  • ৰাজ্যৰ শ্ৰেষ্ঠ পশুপালকলৈ এক লাখ টকাৰ পুৰস্কাৰ
  • পুৰস্কৃত কৰা হ’ব ৰাজ্যৰ শ্ৰেষ্ঠ গো/ম’হ পালক, ছাগলী পালক, গাহৰি পালক আৰু বাণিজ্যিক পক্ষী পালকক। লগতে পুৰস্কাৰ প্ৰদান কৰা হ’ব অসমৰ প্ৰতিখন জিলাৰ শ্ৰেষ্ঠ গো/ম’হ পালক, ছাগলী পালক, গাহৰি পালক আৰু বাণিজ্যিক পক্ষী পালকক
  • ছাত্ৰ-ছাত্ৰীৰ মাজত চিত্রাংকন প্রতিযোগিতা
  • কণীযুঁজ আৰু কণী খোৱা প্ৰতিযোগিতা
  • ইয়াৰ উপৰিও কুকুৰ-মেকুৰীৰ প্ৰদৰ্শনী (Dog & Cat Show) আৰু প্ৰতি সন্ধিয়া আকর্ষণীয় সাংস্কৃতিক অনুষ্ঠান
0Shares

Leave a Comment

Exit mobile version