প্রধানমন্ত্রী ফচল বীমা যোজনা || PMFBY || फसल बीमा पॉलिसी 2024

প্রধানমন্ত্রী ফচল বীমা যোজনা

কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰণালয় || फसल बीमा पॉलिसी

ভাৰত চৰকাৰ

“প্রধানমন্ত্ৰী ফচল বীমা যোজনাই বতৰৰ অনিশ্চয়তাৰ সৈতে জড়িত ক্ষতিৰ শংকা কম কৰি পৰিশ্ৰমী কৃষক ভাই-ভনীৰ আৰ্থিক হিত ৰক্ষা কৰাত একেৰাহে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। এই কৃষক হিতৈষী বীমাৰ লাভ কোটি কোটি কৃষকে পাব ধৰিছে।” – – নৰেন্দ্ৰ মোদী, প্ৰধানমন্ত্রী

বীমাকৃত ফচলৰ লগত, মোৰ পলিচি, মোৰ হাতত ফচল বীমা কৰাওক, সুৰক্ষা কৱচ পাওক

এক নতুন দৃষ্টান্ত

  • 56 কোটিৰো অধিক কৃষক আৱেদনপত্র প্রাপ্ত
  • 16.06 কোটি কৃষকে পালে ফচল বীমাৰ লাভ
  • ₹1.52 লাখ কোটিৰ দাবীৰ ধন পৰিশোধ
  • এড এপ-ৰ দ্বাৰা কৃষকৰ ঘৰৰ দুৱাৰমুখলৈকে বীমা নামাংকনৰ সুবিধা
  • সমগ্ৰ দেশজুৰি কৃষি ৰক্ষক হেল্পলাইন 14447-ৰ শুভাৰম্ভ

মোৰ পলিচি মোৰ হাতত মহা অভিযান 15 জানুৱাৰী 15 ফেব্ৰুৱাৰী 2024

আপোনাৰ গাঁৱত হ’বলগীয়া শিৱিৰত নিম্নোক্ত বিষয়সমূহ সম্বন্ধে তথ্যপাতি প্ৰাপ্ত কৰক:

বীমা পলিচী, চৰকাৰী নীতি, ভূমি অভিলেখ তথা দাবী আৰু অভিযোগ নিবাৰণ কৃষকক প্ৰশিক্ষণ দিয়াৰ হেতু ফচল বীমা পাঠশালা

0Shares

Leave a Comment

Exit mobile version