স্বচ্ছ তীর্থ অভিযান || স্বচ্ছ ভাৰত মিছন 2024

স্বচ্ছ তীর্থ অভিযানত এক পৰিষ্কাৰ আৰু সেউজীয়া আধ্যাত্মিক ভাৰতৰ হকে যোগদান কৰক

আন এক ঐতিহাসিক ক্ষণ সূচনাৰ দিশে স্বচ্ছ ভাৰত মিছন-নগৰাঞ্চল ২.০ আহক আমাৰ পবিত্ৰ তথা আধ্যাত্মিক স্থানসমূহ স্বচ্ছতাৰে জিলিকাই তোলাৰ অৰ্থে আকৌ এবাৰ একত্ৰিত হওঁ

১৪-২১ জানুৱাৰী ২০২৪

পৰিষ্কাৰ পৰিচ্ছন্নতাৰ প্ৰতিশ্ৰুতিৰে আৰু ধৰ্মীয় স্থানসমূহত পৰিৱেশ-অনুকূল অভ্যাস গ্রহণ কৰাৰ উদ্দেশ্যেৰে এই অভিযানত যোগদান কৰক। আমাৰ চৌপাশৰ ধৰ্মীয় স্থান সুৰক্ষিত কৰাৰ লগতে প্রাচীন সম্বলসমূহো স্বচ্ছতাৰে জিলিকাই তোলো আহক ৷

স্বচ্ছ তীর্থ অভিযানৰ বৈশিষ্ট্যসমূহ

  • পৰিচ্ছন্নতা অভিযান
  • তৃণমূল পৰ্যায়ত নাগৰিকৰ নেতৃত্ব
  • ‘আৱৰ্জনাৰ পৰা সম্পদ’ গঠনত গুৰুত্ব প্ৰদান
  • ন্যূনতম স্বচ্ছতাৰ মানদণ্ড বজাই ৰখা

আপুনিও অংশ হওক স্বচ্ছ তীৰ্থ অভিযানৰ যাৰ প্ৰতিটো স্বচ্ছতাৰ পদক্ষেপে সূচনা কৰিব নতুন দিগন্তৰ

0Shares

Leave a Comment

Exit mobile version