তিল স্বাস্থ্যৰ বাবে উপকাৰী কিন্তু কিয়?

সাধাৰণতে ভোগালীৰ সময়ত পিঠা-পনাত তিল দি আমি খাওঁ। তিল অর্থাৎ ক’লা তিল স্বাস্থ্যৰ বাবে অতি উপকাৰী। শীতকালত শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাৰ বাবে তিল খাব পাৰে। স্বাস্থ্য বিশেষজ্ঞসকলে এই কথা প্ৰকাশ কৰিছে। তিলত ফাইবাৰ, লো, কেলচিয়ামৰ লগতে শৰীৰৰ বাবে উপকাৰী চর্বি তথা এণ্টিঅক্সিডেণ্টৰ দৰে পোষক দ্ৰব্য আছে। এইবিলাকে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। … Read more

Exit mobile version