সাঁকো 2024 assam ৬ জানুৱাৰী ২০২৪

সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সহযোগত শ্রীমন্ত ফাউণ্ডেচনৰ এটি পদক্ষেপ আমাৰ বৈচিত্ৰ্যপূৰ্ণ জাতি-জনগোষ্ঠীসমূহৰ এটা সম্প্রদায়ে আন এটা সম্প্ৰদায়ৰ কৃষ্টি প্ৰদৰ্শনৰ জৰিয়তে ঐক্য, সংহতি আৰু পাৰস্পৰিক সন্মান যচাৰ এটি অনুষ্ঠান। আহক, বিশ্বাস আৰু আস্থাৰ সাঁকো গঢ়া এই যাত্ৰাৰ আমি সকলো অংশীদাৰ হওঁ। সাঁকো : আন্তঃগোষ্ঠীয় সমন্বয় যাত্রা ৬ জানুৱাৰী ২০২৪ শ্ৰীমন্ত শংকৰদেৱ আন্তর্জাতিক প্রেক্ষাগৃহ, গুৱাহাটীসময় : বিয়লি ৪:১৫ … Read more

Exit mobile version