সাঁকো 2024 assam ৬ জানুৱাৰী ২০২৪

সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সহযোগত শ্রীমন্ত ফাউণ্ডেচনৰ এটি পদক্ষেপ

আমাৰ বৈচিত্ৰ্যপূৰ্ণ জাতি-জনগোষ্ঠীসমূহৰ এটা সম্প্রদায়ে আন এটা সম্প্ৰদায়ৰ কৃষ্টি প্ৰদৰ্শনৰ জৰিয়তে ঐক্য, সংহতি আৰু পাৰস্পৰিক সন্মান যচাৰ এটি অনুষ্ঠান।

আহক, বিশ্বাস আৰু আস্থাৰ সাঁকো গঢ়া এই যাত্ৰাৰ আমি সকলো অংশীদাৰ হওঁ।

সাঁকো : আন্তঃগোষ্ঠীয় সমন্বয় যাত্রা

৬ জানুৱাৰী ২০২৪ শ্ৰীমন্ত শংকৰদেৱ আন্তর্জাতিক প্রেক্ষাগৃহ, গুৱাহাটী
সময় : বিয়লি ৪:১৫ বজা
ব্ৰেণ্ড এম্বেছাদৰ
অসম গৌৰৱ তথা
দেশৰ সংগীত ক্ষেত্ৰখনৰ উজ্জ্বল নক্ষত্র
অংগৰাগ (পাপন) মহন্ত

0Shares

Leave a Comment

Exit mobile version