আমৃত্যু | অসমীয়া কবিতা 2024

ইপুল হুছেইন

বহুতেই এই ব্যস্ততাৰ মহানগৰীত
জীৱন-অনুবাদৰ প্ৰতিষ্ঠাৰ বাবে যুধ্যমান
খেয়ালী শব্দৰ শিকলি বগাই লেখি যোৱা
পোহৰ কল্পৰাতিৰ উদযাপন মাথোঁ
প্ৰেৰণাৰ নৈখন নিৰৱধি বাবেই
সাধনাৰ দিৱস জীৱন্ত
অসময়ৰ ধোঁৱা খুবেই বিভীষিকাময়
কুৰুকি সোমাই কলিজা খায়
আত্মসন্মান, চৰিত্ৰৰ নিৰ্মাণ,
এই কথাবোৰেই মানুহক বান্ধে
গধুৰ হয় সাম্যবাদৰ বোজা
তথাপিতো বহু মানুহে বহু কথা নুবুজাকৈও
সুখী হৈছে
বহু মানুহে এনেয়ে হাঁহিছে
কাৰণ সময় বাটৰ বিন্দু অগণন
সহযাত্রী জীবন।

0Shares

Leave a Comment

‘ কা ‘ ৰ প্ৰভাৱ অসমত নপৰে, এতিয়ালৈকে এজনেও আবেদন কৰা নাই অসম বিকাশ যাত্ৰা, হোজাই আৰু ধুবুৰীত মুঠ ৩৯৫ আৰু ৩০৮ কোটি টকা ব্যয় কৰাৰ চৰকাৰৰ পৰিকল্পনা অৰুণাচলত নিৰ্মাণ কৰা হ’ব ফ্ৰণ্টিয়াৰ হাইৱে মালদ্বীপৰ পৰা ভাৰতীয় সৈন্যৰ প্ৰত্যাহাৰ আৰম্ভ অসম বিকাশ যাত্ৰা BJP ৰ নতুন প্ৰকল্পৰ উদ্বোধন, কিমান টকা ব্যয় কৰাৰ পৰিকল্পনা।