প্রাচীন ভাৰতীয় শিক্ষা lesson 16 class 10 assamese Online textbook

প্রাচীন ভাৰতীয় শিক্ষা lesson 16 class 10 assamese Online textbook হেমচন্দ্র গােস্বামী আর্য-শিক্ষাৰ মূলমন্ত্র মােক্ষ লাভ হ’লেও তাক কর্ম, ভক্তি আৰু জ্ঞানৰ ভিতৰেদি পােৱাৰহে বিধান কৰিছে। প্রতি মানুহৰ পুৰুষাৰ্থক চাৰিভাগে ভাগ কৰিছিল, যেনেধর্ম, অর্থ, কাম আৰু মােক্ষ। মােক পৰম পুৰুষাৰ্থ বুলি ধৰিলেও তাৰ অধিকাৰী স্বভাৱতে কম হ’ব বুলি ভাবি সর্বসাধাৰণ মানুহৰ নিমিত্তে ধর্ম, অর্থ আৰু … Read more

বিষাদ যােগ lesson 15 class 10 assamese Online textbook

বিষাদ যােগ lesson 15 class 10 assamese Online textbook শ্রীভট্টদেৱ ধৃতৰাষ্ট্রে সঞ্জয়ত প্রশ্ন কৰন্ত—“হে সঞ্জয়, মােৰ পুত্ৰসৱ পাণ্ডপুত্ৰসৱ ধৰ্ম্মভূমি কুৰুক্ষেত্ৰত যুদ্ধ ইছাই মিলিত হুয়া কি কৰ্ম কৰিলা—আত মােক কহা।” সঞ্জয়ে কহন্ত—“জানা ৰাজা পাণ্ডৱৰ সেনাসৱ বেহুৰূপে ৰহিবাৰ দেখি তােমাৰ পুত্র দুর্যোধন দ্রোণাচাৰ্য্য সমীপক যায়া বুলিবে লাগিলা—হে আচাৰ্য, পাণ্ডৱসৱৰ বিস্তৰ সেনা দেখা; দ্রুপদৰ পুত্ৰ শিষ্য ধৃষ্টদ্যুম্নে বেহু … Read more

ধৰ ঝাড়ু ধৰ ভাই lesson 14 class 10 assamese Online textbook

ধৰ ঝাড়ু ধৰ ভাই lesson 14 class 10 assamese Online textbook অম্বিকাগিৰী ৰায়চৌধুৰী ধৰ ঝাড়ু ধৰ ভাই!আৰু চাবৰ সময় নাইচাই থাকোতে মুখত কেৱলভৰিল কাজল-ছই।সাতাম পুৰুষৰ আহা!সােণৰ চোতাল ঘৰকত যুগৰ ভূহুৰ পৰিআছে যে পােত খাই।কৰিলিত ইমান দিনেপৰ গােলামি হীনে-ঘিণে— |পূজা দিলি পৰ চৰণতজীৱন ঢালি ধাৰে-ঋণে –হ’ল এৱে তােৰ সময় হ’বৰ।জাতিৰ ঝাড়ুদাৰ যে ভাই।হিংসা-দ্বেষ, ভেদাভেদ,ঘুণা-ঘণি স্বার্থ ভেমৰকত … Read more

কানাইৰ চাতুৰী lesson 13 class 10 assamese Online textbook

কানাইৰ চাতুৰী lesson 13 class 10 assamese Online textbook শ্ৰীধৰ কন্দলী একদিন প্রতি ভকতবৎসলকৃপাময় দেৱ হৰি।।ৰজনী প্রভাতে শুতিয়া আছন্তমিছা অপমান কৰি।।সেহি সময়ত গােপ শিশু যতআসি বােলে যশােদাক।খেড়ি খেলাইবাক লাগয় সুন্দৰীসত্বৰে কৃষ্ণক ডাক।।শুনিয়া তেখনে নন্দৰ ঘৰণীকৃষ্ণক ডাকিবে লৈলা।এত নিদ্ৰা কৰ কিসৰ ভাগৰআদিত্য উদয় ভৈলা।।উঠিয়াে কৃষ্ণ হাৰলি বােপাইৰােষ তাপ তেজি মনে।পুহাইল ৰজনী উঠা যদুমণিবুলি ডাকে শিশুগণে।।যশােদাৰ বাণী … Read more

পাৰস্যত এভুমুকি lesson 12 class 10 assamese Online textbook

পাৰস্যত এভুমুকি lesson 12 class 10 assamese Online textbook ৰথীন্দ্রনাথ গোস্বামী পাৰস্য উপসাগৰত অৱস্থিত আমাৰ ৰিগটোৰ পৰা আহি বৰ নগৰী বুশ্বেৰত অৱতৰণ কৰোঁতে প্রায় দুই বাজিছিল। হেলিকপ্টাৰৰ দুৱাৰ খােলাৰ লগে লগে ভমককৈ এছাটি গৰম বতাহ সােমাই আহিল। বুজিবলৈ বাকী নাথাকিল যে বুশ্বেৰৰ তাপমাত্রা চল্লিছ ডিগ্রী ছেণ্টিগ্রেডৰ ওপৰত আছে। এই প্রচণ্ড গৰমত নৱেৰ ওচৰত ৰৈ থাকিব … Read more

অৰণ্যযাত্রা lesson 11 class 10 assamese Online textbook

অৰণ্যযাত্রা lesson 11 class 10 assamese Online textbook অনুৰাধা শৰ্মা পূজাৰী পাহিৰ যােৱা তিনিদিনমান ধৰি গাত তত নাইকিয়া হৈছে। এইবাৰ বিদ্যালয়ৰ গৰমৰ বন্ধৰ প্রথম সপ্তাহতে চাৰিদিনৰ বাবে অষ্টম আৰু নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলক এখন অৰণ্যলৈ নিয়া হ’ব বুলি শ্রেণী শিক্ষকে ঘােষণা কৰাৰ দিনৰেপৰা দুয়ােটা শ্ৰেণীত উখল-মাখল পৰিৱেশ। ছাত্র-ছাত্রীসকলৰ মাজত কেৱল এটাই আলােচনা—কোনখন অৰণ্যলৈ যাব। কোনােবাই মানাহ … Read more

অৰুণিমা সিন্হা lesson 10 class 10 assamese Online textbook

অৰুণিমা সিন্হা lesson 10 class 10 assamese Online textbook জয়শ্রী গােস্বামী মহন্ত এখন চলন্ত ৰেলগাড়ী…‘দে বুলি কৈছোঁ নহয়, দিদে এতিয়াই।– ডকাইতৰ দলটোৰ এজনে হুটা মাতেৰে প্রচণ্ড শব্দ কৰি ধমকি দিলে। চলন্ত ৰেলগাড়ীখনৰ বাটোত বহুতাে মানুহ। আটাইৰে মুখবােৰ শুকাই টেমি যেন হৈছে। কোনেও কাকো সহায় কৰিবলৈ মনােবল গােটাব পৰা নাই।বৰং ডকাইতবােৰে বিচৰা মতে হাতৰ, কাণৰ আৰু … Read more

ইণ্টাৰনেটৰ তিতা-মিঠা lesson 9 class 10 assamese Online textbook

ইণ্টাৰনেটৰ তিতা-মিঠা lesson 9 class 10 assamese Online textbook ড° প্রণয়ী দত্ত কুঁৱলীৰ আজি উলাহতে হিয়া নধৰা হৈছে। দেউতাকে তাইক এটা কম্পিউটাৰ উপহাৰ দিব। এইবাৰ নৱম শ্রেণীৰ পৰা দশম শ্রেণীলৈ প্রথম হৈ উত্তীৰ্ণ হৈছে বাবে। তাইৰ বাবে তাতােকৈও হেঁপাহৰ বতবাটো হ’ল—কম্পিউটাৰটোত হেনাে ইণ্টাৰনেটো সংযােগ কৰি দিব ! দেউতাকে মাকক কোৱা। তাই শুনিছে—তাইৰ জ্ঞানৰ পৰিধি যাতে … Read more

অসমৰ জনগােষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি lesson 8 class 10 assamese

অসমৰ জনগােষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি lesson 8 class 10 assamese আব্দুছ ছাত্তাৰ সমগ্র অসম ৰাজ্যখনেই বিভিন্ন জাতি, উপজাতি আৰু জনজাতীয় জনগােষ্ঠীৰে যে পৰিপূৰ্ণ এনে নহয় – নানা সমস্যাৰেও পৰিপূর্ণ। সেইদৰে অসমৰ সংস্কৃতিও বাৰেবৰণীয়া আৰু বৈচিত্র্যপূর্ণ। ত্রয়ােদশ শতিকাত হুকং উপত্যকাৰ পৰা অহা আৰু চীন দেশৰ দক্ষিণ-পশ্চিম অঞ্চলৰ পৰা অহা মংগােলীয় বহিৰাগত গােষ্ঠীৰ কাৰণে অসমেই আছিল স্থিতি … Read more

ভাৰতীয় সংস্কৃতি lesson 7 class 10 assamese Online textbook

ভাৰতীয় সংস্কৃতি lesson 7 class 10 assamese Online textbook হেম বৰুৰা ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ বস্তু। আর্য, অনার্য, মংগােলীয় দ্রাবিড়ী এনে তৰহৰ বিভিন্ন সোত উপ-সোত লগলাগি ভাৰতীয় সংস্কৃতিৰ সাগৰ ৰচনা হৈছে। ইয়াৰ উপৰিও অতীজতে গ্রীত, শক, হুন, আদি নানা মানৱপুঞ্জ চামে চামে ভাৰত ভূমিলৈ আহিছিল আৰু ইয়াত নিগাজীকৈ বাসভূমি বাছি লৈছিল। পুৰণি ভাৰত বুৰঞ্জী … Read more

‘ কা ‘ ৰ প্ৰভাৱ অসমত নপৰে, এতিয়ালৈকে এজনেও আবেদন কৰা নাই অসম বিকাশ যাত্ৰা, হোজাই আৰু ধুবুৰীত মুঠ ৩৯৫ আৰু ৩০৮ কোটি টকা ব্যয় কৰাৰ চৰকাৰৰ পৰিকল্পনা অৰুণাচলত নিৰ্মাণ কৰা হ’ব ফ্ৰণ্টিয়াৰ হাইৱে মালদ্বীপৰ পৰা ভাৰতীয় সৈন্যৰ প্ৰত্যাহাৰ আৰম্ভ অসম বিকাশ যাত্ৰা BJP ৰ নতুন প্ৰকল্পৰ উদ্বোধন, কিমান টকা ব্যয় কৰাৰ পৰিকল্পনা।