ছাদ্ৰী ভাষাৰ ছবি মিনি ইটালিয়ান ফিল্ম ফেষ্টিভেললৈ

মিনি ৰাজ্যৰ চাহ উদ্যোগৰ দুশ বছৰীয়া ইতিহাসৰ আলম লৈ অভিনেতা তথা চলচ্চিত্র নির্মাতা পংকজ মহন্ত প্রযোজিত চাহ জনগোষ্ঠীয় ছাত্ৰী ভাষাৰ ছবি ‘মিনি’ ইটালীয়ান ইণ্টাৰনেচনেল ফিল্ম ফেষ্টিভেললৈ নির্বাচিত হৈছে। চাহ জনগোষ্ঠীয় লোকসকলৰ টুচু পূজাৰ দিনাই ‘মিনি’য়ে কঢ়িয়াই অনা এই খবৰে ৰাজ্যৰ চাহ জনগোষ্ঠীয় লোকসকলৰ মাজত আনন্দৰ বন্যা বোৱাইছে। অৰুণজিৎ বড়া পৰিচালিত এই কলা সুলভ তথা প্রতীক … Read more

অভিনয় এৰি ৰাজনীতিলৈ আহিব মনোজ বাজপেয়ী

বলীউডৰ অন্যতম কৃতী আৰু সফল অভিনেতা হিচাপে সুনাম আছে ‘দ্য ফেমিলী অভিনেতা বাজপেয়ীৰ। মেন’খ্যাত মনোজ শ্রেষ্ঠ অভিনেতা হিচাপে ৰাষ্ট্ৰীয় বঁটাও লাভ কৰিছে দক্ষ অভিনেতাজনে। এইবাৰ অভিনয় এৰি ৰাজনীতি জগতত খোজ পেলোৱাৰ বাবে কুচকাৱাজ আৰম্ভ কৰিছে বাজপেয়ীয়ে। চলিত বৰ্ষতে নির্বাচনত প্রার্থিত্ব আগবঢ়াব অভিনেতাজনে। সৰু পৰ্দাৰ পৰা ডাঙৰ পৰ্দাত খোজ পেলোৱা মনোজ বাজপেয়ী ‘বেণ্ডিক কুইন’ ছবিৰ যোগেদি … Read more

অভিনয় এৰিব পংকজ ত্রিপাঠীয়ে

ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত বলীউডৰ দক্ষ অভিনেতা পংকজ ত্রিপাঠীয়ে অভিনয় এৰিব বুলি বলীউডৰ ভিতৰ চ’ৰাত চৰ্চা হৈছে। ‘ম্যে অটল হুঁ’ ছবিত ভাৰতৰ প্রাক্তন প্রধানমন্ত্রী অটল বিহাৰী বাজপেয়ীৰ চৰিত্ৰত অভিনয় কৰিছে পংকজ ত্রিপাঠীয়ে। ছবিখনৰ প্রসংগত এক সাক্ষাৎকাৰত ত্রিপাঠীয়ে অভিনয়ৰ পৰা বিৰতি লোৱাৰ কথা জল্পনা-কল্পনা কৰা বুলি সদৰি কৰে। অনবদ্য প্ৰতিভাৰ অধিকাৰী পংকজ ত্রিপাঠীয়ে বলীউডত ইতিমধ্যে কেইভাখনো ছবিত অভিনয় … Read more

অস্কাৰ দৌৰত শ্বাহৰুখ খান ডাংকি

শ্বাহৰুখ খান অভিনীত শেহতীয়া ছবি ‘ডাংকি’ অস্কাৰ দৌৰত অস্কাৰৰ দৌৰত নামিছে। সুত্ৰৰ খবৰ মতে বিদেশী ছবিৰ শিতানত ডাংকি মনোনয়নৰ বাবে পঠোৱা হৈছে। ৰাজকুমাৰ হিৰাণীৰ ছবিখনে ইতিমধ্যে দেশত ৫০০ কোটি টকা আয় কৰিছে। ডাকল, শ্বাহৰুখৰ ‘ডাংকি’শ্বাহৰুখৰ উপৰিও তাপসী পান্নু, ভিকি কৌশল, ৰোমান ইৰাণিৰ দৰে তাৰকা শিল্পীয়ে অভিনয় কৰিছে। ডাংকিৰ লগতে অকাডেমি এৱাৰ্ডৰ বাবে অমন পালেকৰ পৰিচালিত … Read more

চেঞ্চৰ হ’ল অসমীয়া ছবি ‘কুঁহিৰ’

কুঁহি এঞ্জেলছ ফিল্মচ আৰু হাইভ ষ্টুডিঅ’ৰ বেনাৰত জনপ্ৰিয় পৰিচালক লর্ড দাসৰ পৰিচালনা, কলাশ্রী ড° নিখিলেশ বৰুৱা প্ৰযোজনা আৰু সমাজসেৱক গকুল বনিয়াৰ সহ-প্রযোজনাৰে নিৰ্মাণ কৰা অসমীয়া ছবি কুঁহিৰ চেঞ্চৰ অলপতে সম্পন্ন হয়। ছবিখন চহৰৰ দাঁতি কাষৰীয়া দুখন গাঁৱৰ গাঁৱলীয়া সমাজ জীৱনৰ পটভূমিত নিৰ্মাণ কৰা হৈছে। ১১ জানুৱাৰীত ছবিখনৰ এক বিশেষ দর্শনীৰো আয়োজন কৰা হৈছে বুলি জানিব … Read more

দক্ষিণৰ ছবিত এইবাৰ কৰিণা । kareena kapoor

কে জি এফ খ্যাত যশৰ সৈতে যুটী বান্ধিছে বলীউড নায়িকাই শেহতীয়াকৈ দক্ষিণ ভাৰতীয় ছবিত খোজ পেলাবলৈ ওলাইছে বলীউডৰ জনপ্রিয় অভিনেত্ৰী কৰিণা কাপুৰে। ৪ জানুৱাৰীত পিংকভিলাৰ এক প্ৰতিবেদনত কোৱা হৈছে যে বিগ বাজেটৰ দক্ষিণৰ ছবি এখনত অভিনয়ৰ বাবে চুক্তিবদ্ধ হৈছে কৰিণা কাপুৰ। নায়িকাৰ চৰিত্ৰত অভিনয় কৰিব লগা ছবিখনৰ নাম ‘টক্সিক‘। ছবিখনৰ মূল চৰিত্ৰত দেখা যাব ‘কে … Read more

ডাংকি ভাৰ্ছেছ ছ’লাৰ কোনখনে বেছি টকা কমাইছে? | Dunki vs salaar

ডাংকি ভাৰ্ছেছ ছ’লাৰ বিগত বৰ্ষত ‘পাঠান’ আৰু ‘জবান’ ছবিৰে শ্বাহৰুখ খানে বক্স অফিচত ধুমুহা তুলিছিল। বিগত বৰ্ষটোৰ শেষৰফালে অর্থাৎ ২১ ডিচেম্বৰত দেশৰ ৪ হাজাৰ চিত্ৰগ্ৰহত মুক্তি পাইছিল। ডংকী ৰাজকুমাৰ হিৰাণীৰ ছবি ডাংকিত বিদেশ গমনৰ স্বপ্নৰত যুৱক-যুৱতীৰ স্বদেশলৈ প্ৰত্যাৱৰ্তনৰ প্ৰসংগ প্ৰতিফলিত হৈছে। সাম্প্রতিক সময়ত ডাংকি ৰুট অর্থাৎ অবৈধ যাত্ৰাৰে বিদেশ গমন প্রসংগটো ব্যাপকভাৱে চৰ্চিত। প্রকাশিত বাতৰি … Read more

‘ কা ‘ ৰ প্ৰভাৱ অসমত নপৰে, এতিয়ালৈকে এজনেও আবেদন কৰা নাই অসম বিকাশ যাত্ৰা, হোজাই আৰু ধুবুৰীত মুঠ ৩৯৫ আৰু ৩০৮ কোটি টকা ব্যয় কৰাৰ চৰকাৰৰ পৰিকল্পনা অৰুণাচলত নিৰ্মাণ কৰা হ’ব ফ্ৰণ্টিয়াৰ হাইৱে মালদ্বীপৰ পৰা ভাৰতীয় সৈন্যৰ প্ৰত্যাহাৰ আৰম্ভ অসম বিকাশ যাত্ৰা BJP ৰ নতুন প্ৰকল্পৰ উদ্বোধন, কিমান টকা ব্যয় কৰাৰ পৰিকল্পনা।