মহিলা উদ্যোগীলৈ অসম চৰকাৰৰ উদগনি

মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযান

৩৯ লাখ মহিলা আত্মসহায়ক গোটৰ সদস্যালৈ সহায়ৰ হাত

বছৰি ন্যূনতম ১ লাখ টকা উপাৰ্জনেৰে প্ৰতিগৰাকীক গ্রাম্য ক্ষুদ্র উদ্যোগী হিচাপে প্রতিষ্ঠিত কৰাৰ লক্ষ্য

লাখপতি বাইদেউ

১০,০০০ টকাৰ উদ্যমিতা পুঁজি মহিলা আত্মসহায়ক গোটৰ যোগ্য সদস্যালৈ হিতাধিকাৰীৰ বেংক একাউন্টত পোনপটীয়াভাবে লাভালাভ জমা দিয়া হ’ব

পেঞ্চন আৰু অৰুণোদয়ৰ দিন ১০ তাৰিখ

১০ তাৰিখ, অসম চৰকাৰ আৰ্তজনৰ কাষত অসম চৰকাৰ প্ৰগতিৰ দিশত ৰাজ্য আমাৰ

  • উপকৃত হিতাধিকাৰী ৮৩,৮০,৭৫৭
  • প্রতিমাহে ধন আদায় ৩৭৮.৭৫ কোটি
  • প্রতিমাহৰ ১০ তাৰিখে হিতাধিকাৰীৰ একাউণ্টলৈ প্ৰাপ্য ধন
  • ৬ লাখ নতুন হিতাধিকাৰীলৈ অৰুণোদয় আঁচনিৰ সুবিধা

ইন্দিৰা মিৰি সাৰ্বজনীন বিধৱা পেঞ্চন আৰু দীনদয়াল দিব্যাংগজন সাহায্য আঁচনি এতিয়াৰে পৰা অৰুণোদয় আঁচনিৰ অন্তৰ্ভুক্ত কৰা হৈছে…

ভোটাৰ তালিকাত আপোনাৰ নাম পৰীক্ষা কৰক

সময় কমি আহিছে পলম নকৰিব প্ৰপত্ৰ দাখিলৰ অন্তিম তাৰিখ হৈছে – 08-01-2024 তালিকাত আপোনাৰ নাম পৰীক্ষা কৰক – জিলা নির্বাচন বিষয়া (ডি.ই.অ.) ৰ কাৰ্যালয়ত ই. আৰ. অ’ অথবা চক্ৰ বিষয়াৰ কাৰ্যালয়ত
সংশ্লিষ্ট ভোটগ্রহণ কেন্দ্ৰত www.ceoassam.nic.in ৱেবছাইটত…


webStories

  • আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ দৌৰৰ পৰা বাহিৰ বিবেক ৰামস্বামী
    উপ-ৰাষ্ট্ৰপতি নিযুক্তি দিবলৈ দাবী অনুৰাগীৰ চলিত বৰ্ষত হ’বলগীয়া আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে বিৰোধী ৰিপাব্লিকান দলৰ প্রার্থিত্বপ্ৰত্যাশীৰ মাজত যুঁজ চলি থকাৰ মাজতে ভাৰতীয় মূলৰ ব্যৱসায়ী বিবেক ৰামস্বামীয়ে … Read more
  • ভাৰতত আন্তঃৰাষ্ট্ৰীয় জাহাজ মেৰামতি সুবিধা
    আন্তঃৰাষ্ট্ৰীয় জাহাজ মেৰামতি ভাৰতক সামুদ্রিক কেন্দ্ৰ হিচাপে গঢ়ি দক্ষিণ এছিয়াৰ সৰ্ববৃহৎ জাহাজ নিৰ্মাণ আৰু জাহাজ মেৰামতি সুবিধাৰে ৪,০০০ কোটি টকা মূল্যৰ প্ৰকল্প উদ্বোধন – নৰেন্দ্ৰ মোদী … Read more
  • ৰাছিয়াই আৰম্ভ কৰিব তৃতীয় বিশ্বযুদ্ধ
    জার্মানিয়ে আশংকা কৰে যে ৰাছিয়াই তৃতীয় বিশ্ব যুদ্ধ আৰম্ভ কৰিব পাৰে। জার্মানিৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ গোপনীয় নথি-পত্ৰত হাত দিবলৈ কিবা প্ৰকাৰে সক্ষম হোৱা ‘বিল্ড’ নামৰ বাতৰিকাকতখনে সেই … Read more
  • ভাৰতীয়ৰ নেতৃত্বত ‘নাছা’ৰ চন্দ্ৰ অভিযান
    ইউনাইটেড লান্স এলায়েন্সে আজি ফ্ল ৰিডাৰ কে প কেনাভেলৰ পৰা নাছাৰ পেৰেগ্ৰীন ১ লুনাৰ লেণ্ডাৰক লৈ যোৱা ভল্কান চেণ্ট্ৰৰ ৰকেট উৎক্ষেপণ কৰে। এই অভিযান সফল হ’লে … Read more
  • স্বদেশতে সমালোচিত মালদ্বীপ চৰকাৰ
    ভাৰত আৰু প্ৰধানমন্ত্ৰী মোদীৰ প্ৰতি আপত্তিজনক মন্তব্য দ্বীপৰাষ্ট্ৰ মালদ্বীপৰ নতুন চৰকাৰে ভাৰতবিৰোধী স্থিতি গ্ৰহণ কৰাৰ পাছতে দুয়োখন দেশৰ মাজৰ সম্পৰ্ক লাহে লাহে বেয়া হ’বলৈ ধৰে। চীনৰ … Read more
  • নৃত্যৰত ভংগিমাত ২১ ফুট বিশাল শাকিৰা
    ‘কুইন অর লেটিন মিউজিক’ অর্থাৎ লেটিন সংগীতৰ ৰাণী হিচাপে খ্যাত শাকিৰাৰ এটা বিশাল মূৰ্তি নিৰ্মাণ কৰা হৈছে। ২১ ফুট ওখ সংগীত শিল্পীগৰাকীৰ বিশাল পূৰ্ণাংগ মূৰ্তিটো নিৰ্মাণ … Read more
  • ভঁৰাল || assamese poem
    ড° ধ্ৰুৱজ্যোতি হাজৰিকা শালকাঠৰ দীঘলকৈ ঘূৰণীয়া ধামধামৰ ওপৰত গোৱৰে লেচা গাধৰীৰবাঁহৰ ৰোৱা কামি মালিৰে আৱৰাচাপৰিৰ খেৰেৰে চোৱাচিকুণকৈ দেউতাৰ ভঁৰাল … Read more
  • মেজিটো জ্বলাওঁতে || Assamese poem
    হৰেকৃষ্ণ ডেকা সমূহীয়াকৈ মেজিটো জ্বলাওঁতে তোমালোকেজুইলৈ পিঠা দলিয়াইছিলা।দুই এখন বাহিৰত পৰিছিল।তোমালোকে সম্প্ৰীতিৰমিঠা উত্তাপ লৈঘৰে ঘৰে উভতি গৈছিলা।উৰি অহাৰ দৰে … Read more
  • নিয়ৰৰ ফুল বছা এটা পুৱা assamese poem 2024
    এন হক পদুলিত নিশা যাপন কৰা স্নিগ্ধ জোনাকততিতি-বুৰি সৰি পৰা শেৱালিৰ সুবাসতসাৰ পাই উঠিল পূবৰ আকাশ,একাজলি ৰ’দৰ আমেজত মোহময় … Read more
  • অভিশপ্ত Assamese poem 2024
    নিজৰা বৰ্মন ডেকা এক অজান আশংকাতচিঞৰি উঠিছিল তাইৰ সৰ্বশৰীৰ।অনাকাংক্ষিত সেই অভিশপ্ত দিনটোআকাশীলতাৰ দৰে মেৰিয়াই ধৰিছিল সৰ্বসত্তা ।পুখুৰীৰ পানীৰ দৰেই … Read more
  • তোমাক এবাৰ চুই চাবৰ মন Assamese poem
    মিতু গোস্বামী ৰৈ আছোঁ জুৰিটিৰ পাৰত,তোমাৰ চকুত চকু থৈতোমাক এবাৰ চুই চাবৰ মন। হিয়াৰ দাপোণত তোমাৰ ছবিমিচিকিয়া লাজৰ হাঁহি … Read more
  • নৱবৰ্ষলৈ অনুৰোধ | অসমীয়া কবিতা 2024
    বিউটী হাজৰিকা লক্ষ্যৰ ধাৰৰ অলকা বোৱাইআমি এদল আশাবাদী,নবীন সময়ক সোণালী প্রতীক ৰূপেপ্রতিপন্ন কৰি ছপা হোৱা কেলেণ্ডাৰ,সলাই দৃঢ় হৈছোঁ স্বপ্নৰ … Read more
  • নান্দনিক সৌন্দর্য | অসমীয়া কবিতা 2024
    ৰাজশ্ৰী সেনাপতি গগৈ গোলাপ ফুল প্ৰায়েপ্ৰেম আৰু সৌন্দৰ্যৰ প্ৰতীকগোলাপ আৰু ব্যক্তিৰ মাজৰ তুলনাপ্রায়ে সৌন্দর্য, বিষয়বস্তু অন্বেষণহিচাপে ব্যৱহাৰ কৰা হয় … Read more
  • মোৰ কলিজাটি | অসমীয়া কবিতা 2024
    ৰূপালী গগৈ চুতীয়া ক’ব লগা কথাবোৰকবিতাৰ আকাৰে কিমানপ্ৰকাশ কৰিবা আৰুশুনিছিলো ঘঁহিলেবোলে শিল ক্ষয় যায়প্রমাণ যেন হাততে ।বৰ সংগোপনে ৰাখিছিলোতাপলি … Read more
  • দূৰৈত কোনোবা এটা কেঁকুৰিত | অসমীয়া কবিতা 2024
    দ্বিজেন কাকতি এনেকৈয়ে এদিন এই মাটিৰ বুকুতফুটি ওলাইছিল এটি বীজ।ৰ’দৰ উত্তাপ লৈ পোখা মেলিছিল,নোৱাই খুৱাই বৰষাই সাবটিছিল।বিজুলী-ঢেৰেকণি মাৰিছিল,ধুমুহাই কঁপাইছিল … Read more
  • আদৰণি | অসমীয়া কবিতা 2024
    জ্যোতির্ময়ী শর্মা পুৰণি স্মৃতিৰ মেটমৰা ভাৰখন খুলিআৰু দূৰ আগুৱাই যাওঁ ব’লা সমনীয়াডেকা-বুঢ়া সমস্বৰে মিলি গঢ়োঁ আহা নকৈজীৱন নাটঘৰখনিজীৱনৰ খলা-বমা … Read more
  • সময়ৰ বুকুতে জীৱনৰ গান | অসমীয়া কবিতা 2024
    প্ৰণীতা শ‍ইকীয়া বৰা অখণ্ড ধাৰাবাহিকতাৰ সুবাদেৰেসময়বোৰে সেতু বান্ধেনতুন আৰু পুৰণিৰজীৱন আৰু বুৰঞ্জীৰ ।জীৱনৰ গাত আউজি মেলা পাতে সময়েভিন্ন ৰং … Read more
  • সময় চক্র | অসমীয়া কবিতা 2024
    স্বপ্না সৰকাৰ সময়ৰ ঐক্যতান বজায় ত্ৰিপুৰাৰিৰুধিবও নোৱাৰি বধিবও নোৱাৰি।মুঠিৰ ফাঁকেৰে সৰকা সময়ৰ চতুৰালিএন্ধাৰৰ পিছত দিবই যে ফেঁহুজালি ।দিন-মাহ-তাৰিখ মাথো … Read more
  • শৈশৱৰ চোতাল | অসমীয়া কবিতা 2024
    ৰূপা বড়া নিজম বাকৰিত এতিয়া অচিন-চিনাকি সুৰলহৰ।আই মোৰ, উৰুখা মূধচেৰে মৌসৰা নিশা…..লেখিছিল নে এটি দুটি তৰাঃউজাই যাওঁ ভটিয়াই চাওঁ … Read more
  • স্বাগতম নৱবৰ্ষ | অসমীয়া কবিতা 2024
    জয়া শ‍ইকীয়া পল-অণুপল কৰি ক্ষিপ্ৰ গতিৰেদিনবোৰ যায় যেন বাগৰিসময়বোৰ যেন বোৱঁতী সুতিৰ’বলৈ সময়েই নাই কাহানিও,সপ্তাহ, মাহ, দিন অতিক্রমিবছৰটোৱে অন্তিমত … Read more
  • স্মৃতি | অসমীয়া কবিতা 2024
    দীপ্তিমণি গোস্বামী আহে আৰু যায়নতুন পুৰণি হয়সৰাপাতৰ দৰেই নিশ্চিহ্ন হয়হেৰাই যায় সময়ৰ বলুকাত।যদি অক্লান্ত সাধনাৰেমানস কৰা হয়,পাহৰণিও সোঁৱৰণি হৈ … Read more
  • নতুন পোছাক | অসমীয়া কবিতা 2024
    অমূল্য চেতিয়া প্রাপ্তি-অপ্রাপ্তিৰ স্বীকৃতিৰেসুখ-দুখৰ সংমিশ্ৰণত,জীৱনে যি দি যায়তাতে হৈ পৰোঁ সুখী,সময়ৰ টিকনি দূৰ সীমনাতচেষ্টা কৰা নাই ত্রুটিভাগৰি পৰা নাইযদিও … Read more
  • নতুন যাত্ৰাৰে | অসমীয়া কবিতা 2024
    ৰম্ভা দেবী পুৱাৰ কোমল ৰ’দজাকে মোৰশোৱা কোঠাৰ খিৰিকীৰে আহিশেতেলীত পৰশৰ চুমা যাচিলেসকীয়নি দিয়াৰ ছলেৰে এটা নতুনপুৱাক কেনেদৰে জনাব প্ৰীতিভৰাসম্ভাষণ,জাগ্ৰত … Read more
  • নতুনৰ আৱাহন | অসমীয়া কবিতা 2024
    কৃষ্ণালী দেৱী নতুনৰ গজালি মেলে, পুৰণিৰ বুকুতেবন্ধু তুমি জানানে?হেঁপাহবোৰ হুমুনিয়াহ নহয় যাতেআশাৰ কঠীয়াবোৰ গঠীয়া নালাগে,তাৰ কিটিপটো শিকি ল’বা অতি … Read more
  • নৱবৰ্ষৰ নৱচেতনা | অসমীয়া কবিতা
    ড° ইকবাল হোচেইন খান নৱ নৱ সুৰনৱ নৱ গানবিশালতাৰ আকাশত উৰিব বিশ্বাসৰ পতাকা, প্ৰগতিৰ পতাকাদূৰ হ’ব আইৰ শংকাপ্রতিষ্ঠা হ’ব … Read more
  • এখন বর্ণহীন ছবি | অসমীয়া কবিতা
    আৰেছা বেগম পুৰণি নতুন হ’ল দিনবোৰ সলনি হ’ল গোলোকীকৰণৰ সুবিধাৰেপ্ৰযুক্তিৰ কৃতিম ব্যৱস্থাৰেসকলোবোৰ সলনি হ’ল।মনবোৰ ঠেক হ’ল চিন্তাবোৰ বহল ন’হলএনেকৈয়ে … Read more
  • আমাৰ যে কিমান আশা | অসমীয়া কবিতা
    ৰবীন কুলি কালিৰ কপৌ হত্যাকাৰীসকল যেনআজি শ্মশানত থাকককাইলৈ তাত ফুল ফুলককপৌবোৰে আহি তাতেই সুৰীয়া গীত জোৰকদিনবোৰ তেনেকৈ আহকনতুনবোৰ তেনেকৈ … Read more
  • বিগত বৰ্ষৰ | অসমীয়া কবিতা
    স্বপ্না দাস পাৰ হৈ যোৱা বছৰটোৱেৰৈ ৰৈ ৰৈভাঙি থৈ গ’লনৱবৰ্ষৰ ন-সূৰ্য দেশ কালত এতিয়া সূর্যোদয়গৰম হৈ বিয়পিল বতাহগছৰ পাতৰ … Read more
  • ৩১ ডিচেম্বৰ ২০২৩ | অসমীয়া কবিতা
    হৰেকৃষ্ণ ডেকা সমুখত বাট।এটা আলি-দোমোজাত ৰৈছোঁ।সোঁফালে বাট, বাঁওফালে বাট।মোৰ কোনফালে ?চিঞৰ শুনিছোঁ—এইফালে, এইফালে।চিঞৰবোৰত খেলি-মেলি কোলাহল।মই কোনোফালে নাযাওঁ।সমুখৰ ফালে দূৰত … Read more
  • শীতৰ কেৰল | অসমীয়া কবিতা
    ডাঃ বিজুজ জাহান মঙলদৈয়া ডিচেম্বৰ বৰ প্ৰিয় মোৰকিয় জানাশীত, শীতৰ দিনবোৰ, শীতত ঠেঠুৱা লগাসময়বোৰ ভয়ানক প্রিয় মোৰ শীতৰ আভিজাত্যৰ … Read more
  • এটা ৰঙচুৱা আবেলি | অসমীয়া কবিতা
    পুলিন ডেকা এজাক ৰ’দে কঢ়িয়াই ফুৰিছেএটুকুৰা ডাৱৰজোনৰ পোহৰ শুই আছেএটা ৰঙচুৱা আৱেলিৰ টিলাতশিলৰ চকুহালত তোমাৰ আঙুলিবোৰকপিছে নৈখন সিপাৰলৈ উভতি … Read more
  • সৰি পৰিব পাৰে বছৰটো | অসমীয়া কবিতা 2024
    কিশোৰ কুমাৰ দাস সৰি পৰিব পাৰে বছৰটোস্তব্ধ হৈ ৰ’ব পাৰে জীৱনটো যাব পাৰে সলনি হৈ পথটোএতিয়াও যে যোজন বাট … Read more
  • শস্য ফুলা সময় | অসমীয়া কবিতা 2024
    প্রদীপ দাস ঠাকুৰ শস্য ফুলাদুপৰীয়া এটাতলগ পাইছিলোঁতোমাক। সৰিয়হ হালধীয়াৰেৰাঙলী হৈআছিলাতুমি। মুখতগুঁজি লৈছিলাকেইটামানগীতৰ কলি। চকুত বিৰিঙিউঠিছিলশস্য ফুলাসময়ৰ হাঁহি।
  • তোমাক বিদায় দিয়াৰ পৰত | অসমীয়া কবিতা 2024
    বিকাশ শর্মা তোমাক বিদায় দিয়াৰ পৰতবতৰৰ ফচলত পুখুৰীটোৱে সলনি কৰিব পৰা নাই পানীগাঁওখনে ওঁঠত ফুটাব পৰা নাই তীব্ৰ প্ৰেমৰ … Read more
  • ডিছপজেল জনতা | অসমীয়া কবিতা 2024
    অনির্বাণ দত্ত মই ব্যৱহাৰ হৈ আছোব্যৱহাৰ হৈ থাকিব বিচাৰোঁ ব্যৱহাৰযোগ্যতা হেৰুৱাইডিছপজেল হ’ব নিবিচাৰোঁ আপোনাৰ টেবুলতে এদিনকাঁহৰ কাঁহী হৈ বহিমগৈ … Read more
  • অবাটে | অসমীয়া কবিতা 2024
    জয়ন্ত দাস জীৱন বাটৰভুল নির্দেশনা এটাৰে গৈ গৈপ্ৰৱেশ কৰিলোঁ এখন অটব্য অৰণ্যত লোলুপ দৃষ্টিৰেমোৰ চাৰিওফালে থিয় দি আছেহিংস্র জন্তুবোৰ … Read more
  • অনাগত দিনবোৰ | অসমীয়া কবিতা 2024
    সবিতা বৰা কোঁৱৰ নদী শান্ত হৈ বৈ থাককফুলবোৰ কলিতে মৰহি নাযাওক হত্যা, লুণ্ঠন, দুর্ঘটনা হ্রাস পাওকভোকৰ যাতনা দুৰ্ভিক্ষ নোহোৱা … Read more
  • আমৃত্যু | অসমীয়া কবিতা 2024
    ইপুল হুছেইন বহুতেই এই ব্যস্ততাৰ মহানগৰীতজীৱন-অনুবাদৰ প্ৰতিষ্ঠাৰ বাবে যুধ্যমানখেয়ালী শব্দৰ শিকলি বগাই লেখি যোৱাপোহৰ কল্পৰাতিৰ উদযাপন মাথোঁপ্ৰেৰণাৰ নৈখন নিৰৱধি … Read more
  • পথাৰৰ এখন ধূসৰ ছবি | অসমীয়া কবিতা 2024
    জ্যোতিমণি শ‍ইকীয়া মুকলি পথাৰখনৰসোণোৱালী ধানবোৰপূৰমুৱা বতাহ জাকতহাউলি পৰিছিল,আঘোণৰ পথাৰতধানগছ কটা দাৱনীৰ বুকুতসোণোৱালী সপোন জাগিছিল,পিতাইৰ কান্ধতজাতি বাঁহৰ বিৰিয়াতধানৰ ডাঙৰীৰ ভাব,জিৰিক্ … Read more
  • শব্দ | অসমীয়া কবিতা
    বিজয় চন্দ্ৰ শৰ্মা শব্দবোৰ কেনি হেৰালবিচাৰি বিচাৰি ছলাথ কৰিলোঁ।নাই, ক’তো উম্‌-ঘাম্ নাই।বিস্মৃতিৰ মণিকোঠঅলংকৃত কৰিবলৈসুৰ-সুৰকৈ সোমাই পৰিল। প্রবল হেঁপাহজীবন-পদুলিবাত্মায় শব্দৰে … Read more
  • সেই মানুহবোৰ | অসমীয়া কবিতা
    বিকাশ শর্মা চোতালত বেলিয়ে ভৰি পাৰি দিয়াৰ পৰতসেই মানুহবোৰে বিচাৰি যায় জীৱনৰ অৰ্থসেই মানুহবোৰে পুৰণি কুঁৱা এটাত মুখ চাইদিনটোক … Read more
  • মোৰ ঠিকনা/ কবিতা অসমীয়া
    কবিতামোৰ ঠিকনাসঞ্জীৰ শইকীয়া সোধে যদি মোক মোৰ সুখৰ ঠিকনা,আইৰ কোলাত মই মূৰটো থ’ম ।সোধে যদি মোক,বিষেৰে কেনেকৈ জোখে সুখকমই … Read more
‘ কা ‘ ৰ প্ৰভাৱ অসমত নপৰে, এতিয়ালৈকে এজনেও আবেদন কৰা নাই অসম বিকাশ যাত্ৰা, হোজাই আৰু ধুবুৰীত মুঠ ৩৯৫ আৰু ৩০৮ কোটি টকা ব্যয় কৰাৰ চৰকাৰৰ পৰিকল্পনা অৰুণাচলত নিৰ্মাণ কৰা হ’ব ফ্ৰণ্টিয়াৰ হাইৱে মালদ্বীপৰ পৰা ভাৰতীয় সৈন্যৰ প্ৰত্যাহাৰ আৰম্ভ অসম বিকাশ যাত্ৰা BJP ৰ নতুন প্ৰকল্পৰ উদ্বোধন, কিমান টকা ব্যয় কৰাৰ পৰিকল্পনা।