মৌ-মাখিয়ে কামুৰিলে এইদৰে ৰক্ষা পাওক

মৌ-মাখি মৰিগাঁও জিলাত অলপতে মৌ-মাখিৰ আক্ৰমণত এজন লোকে শোকাৱহভাৱে প্ৰাণ হেৰুৱাব লগাত পৰে। এই ঘটনাত আনক কেইবাজনো লোক গুৰুতৰভাৱে আহত হয়। মৌ-মাখিৰ আক্ৰমণ অতি ভয়াৱহ । সঠিক সময়ত সতর্ক হ’ব নোৱাৰিলে। ইয়াৰ পৰিণতি হিতে বিপৰীত হয়। মৌ-মাখি বা বলক ভয় নকৰা লোক নাই বুলি ক’লেও ভুল নহ’ব। গ্রীষ্ম তথা বাৰিষা কালত বৰলৰ উপদ্ৰৱ বাঢ়ে। বিশেষকৈ … Read more

গেছৰ পৰা এইদৰে উপশম পাওক

জাংকফুড আৰু জীৱন শৈলীৰ বাবে বহু লোক এচিডিটিৰ সমস্যাত ভোগে। ইয়াৰ ফলত পেট ফুলাৰ উপৰি পেট, বুকু, বা মূৰৰ বিষ অনুভৱ হয়। এইদৰে গেছৰ সমস্যাত ভুগিলে তাৎক্ষণিকভাবে এইখিনি কৰক। জিৰা পানী : গেছৰ বাবে অশান্তিত ভুগিলে এগিলাচ গৰম পানী লৈ তাত কেইটামান জিৰাগুটি মিহলাই এই পানী খালে তাৎক্ষণিকভাৱে গেছৰ পৰা সকাহ পাব। ডাল চেনিঃ ডাল … Read more

এইবোৰ কাৰণত স্মার্টফোনৰ বেটাৰীৰ বিস্ফোৰণ হ’ব পাৰে

প্ৰযুক্তিৰ সৈতে খোজ মিলাই আজিকালি প্ৰায় সকলোৱে ম’বাইল ফোন ব্যৱহাৰ কৰে। ম’বাইল ফোনটো অবিহনে যেন কাৰোৱেই দিনটোৰ কাম- কাজ আৰম্ভ নহয়। কিন্তু ইয়াৰ মাজতে কেতিয়াবা কেতিয়াবা ম’বাইল ফোন বিস্ফোৰণ হোৱাৰ বাতৰি পোৱা যায়। ম’বাইল ফোনটোৰ বিভিন্ন কাৰণত বিস্ফোৰণ ঘটিব পাৰে। উল্লেখ কৰা হ’ল তেনে কেইটামান কাৰণ— প্রযুক্তিগত ত্রুটি কেতিয়াবা কেতিয়াবা ম’বাইল ফোনৰ কোম্পানীসমূহৰ ভুলৰ বাবে … Read more

এইবিধ চাহে ডায়েবেটিছ নিয়ন্ত্ৰণত সহায় কৰে

আজি কালি প্ৰায়ভাগ লোকৰে মুখত ডায়েবেটিছৰ সমস্যাৰ বিষয়ে শুনিবলৈ পোৱা যায়। ডায়েবেটিছক একপ্ৰকাৰৰ চাইলেণ্ট কিলাৰ বুলিও কোৱা হয়। এইবিধ ৰোগে আক্ৰান্তজনক ভিতৰৰ পৰা নিঃশেষ কৰি আহে। পৰিণতিত ৰোগীৰ মৃত্যু ঘটে। সেয়ে ডায়েবেটিছৰ সমস্যা থাকিলে আৰম্ভণিৰে পৰা সচেতন হোৱা উচিত। ডায়েবেটিছ নিয়ন্ত্ৰণৰ বাবে বিভিন্নজনে বিভিন্ন দৰৱ খোৱাৰ উপৰিও শৰীৰ চৰ্চাকে ধৰি অন্যান্য উপায়ৰ সহায় লয়। ডায়েবেটিছ … Read more

দৈৰ সৈতে কেতিয়াও এইবোৰ খাদ্য নাখাব

দৈ স্বাস্থ্যৰ বাবে উপকাৰী বুলি গণ্য কৰা হয়। ই পান শক্তিব লগতে শৰীৰৰ ৰোগ- প্রতিবোধ ক্ষমতা বৃদ্ধিকৰে। দৈত কেলছিয়াম থকাৰ বাবে হাড় শক্তিশালী কৰে। ভিটামিন 4.2. ভিটামিন বি-১২,মেগনেছিয়াম, পটাছিয়াম আৰু প্ৰ’টিনসমৃদ্ধ । যাৰ বাবে দৈক ছুপাৰ ফুডৰ শ্ৰেণীত অন্তর্ভুক্ত কৰা হয়। এই বাবে দৈ দৈনিক খাবলৈ পৰামৰ্শ দিয়া হয়। কিন্তু স্বাস্থ্যৰ বাবে পৰম উপকাৰী দৈৰ … Read more

শৰীৰত ঔষধৰ প্ৰভাৱ নিষ্ক্রিয় কৰা বেক্টেৰিয়াক নিঃশেষ কৰিব

এণ্টিবায়’টিক আৱিষ্কাৰৰ দাবী বিজ্ঞানীৰ লণ্ডন : বিজ্ঞানীসকলে এবিধ নতুন এণ্টিবায়’টিক আৱিষ্কাৰ কৰা বুলি দাবী কৰিছে। এই নতুন এণ্টিবায়’টিকবিধে মানুহৰ শৰীৰত ঔষধৰ প্ৰভাৱ নিষ্ক্রিয় কৰা অৰ্থাৎ ড্ৰাগ ৰেজিষ্টেণ্টৰ সৃষ্টি কৰা তিনিবিধ বেক্টেৰিয়াৰ এবিধক নিঃশেষ কৰি পেলাব। শৰীৰত বেক্টেৰিয়া ঔষধৰ প্ৰভাৱ প্ৰতিৰোধী হৈ পৰা ৰোগীৰ ক্ষেত্ৰত এনে এণ্টিবায়টিক ব্যৱহাৰ কৰিব পৰা যাব। এই নতুন এন্টিবায়’টিকে ঔষধৰ প্ৰভাৱ … Read more

শীতকালত এইদৰে ছালৰ যতন লওক Winter skin care 2024

শীতকালত হোৱা প্ৰদূষণে সকলোতকৈ বেছি ক্ষতি কৰে ছালৰ ছালৰ ওপৰত ধূলি বা মলি জমা হোৱাৰ ফলত সৌন্দর্য হানি হোৱাৰ লগতে গাৰ ছালত ক’লা দাগ আদি পৰিব পাৰে। সাধাৰণতে শীতকালত ভালদৰে স্নান নকৰিলে ছালৰ ওপৰত জমা হোৱা মলিৰ তৰপে ছালৰ ক্ষতি কৰাৰ লগতে চৰ্মৰোগ আদিৰো আশংকা বঢ়াই তোলে। বহুতে ছালৰ সৌন্দৰ্য ৰক্ষাৰ বাবে বজাৰত সহজে উপলব্ধ … Read more

তিল স্বাস্থ্যৰ বাবে উপকাৰী কিন্তু কিয়?

সাধাৰণতে ভোগালীৰ সময়ত পিঠা-পনাত তিল দি আমি খাওঁ। তিল অর্থাৎ ক’লা তিল স্বাস্থ্যৰ বাবে অতি উপকাৰী। শীতকালত শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাৰ বাবে তিল খাব পাৰে। স্বাস্থ্য বিশেষজ্ঞসকলে এই কথা প্ৰকাশ কৰিছে। তিলত ফাইবাৰ, লো, কেলচিয়ামৰ লগতে শৰীৰৰ বাবে উপকাৰী চর্বি তথা এণ্টিঅক্সিডেণ্টৰ দৰে পোষক দ্ৰব্য আছে। এইবিলাকে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। … Read more

কোষ্ঠকাঠিন্যৰ পৰা মুক্ত হওক

খাদ্য গ্ৰহণৰ ওপৰত স্বাস্থ্যৰ বহু কথা নিৰ্ভৰ কৰে। কার্বহাইড্রেট বেছি পৰিমাণে থকা খাদ্য খালে যিদৰে কোষ্ঠকাঠিন্যৰ সমস্যা বৃদ্ধি পায়, একেদৰে দুগ্ধজাত খাদ্য, ৰেডমীট বেছিকৈ খালে হজম প্রক্রিয়াত বাধা জন্মায়। একেদৰে উচ্চ চর্বিযুক্ত খাদ্য বা তেল, মাখন বেছিকৈ খালেও কোষ্ঠকাঠিন্যৰ সমস্যা বুদ্ধি পাব পাৰে। কম ফাইবাৰ থকা খাদ্য নিয়মীয়াকৈ খালে বদহজমৰ লগতে কোষ্ঠকাঠিন্যৰ সমস্যা সৃষ্টি কৰে।

খালী পেটত মৌৰ সৈতে নহৰু খালে বহু শাৰীৰিক সমস্যা নোহোৱা হয়

মৌ আৰু নহৰুৰ গুণৰ বিষয়ে কম-বেছি পৰিমাণে প্রায়ভাগৰে অৱগত। বিশেষজ্ঞসকলৰ মতে নহৰুত থকা এন্টিঅক্সিডেন্টে শৰীৰটোক ৰোগ মুক্ত কৰি ৰখাত সহায় কৰে। তদুপৰি নহৰুত থকা এলিচিন নামৰ উপাদানবিধে কলেষ্টেৰল নিয়ন্ত্ৰণত ৰখাৰ লগতে তেজৰ উৎপাদন বঢ়ায়। কেঁচা নহৰু খোৱাৰ অভ্যাসে শৰীৰটোক ৰোগমুক্ত কৰি ৰখাৰ লগতে শক্তিবৃদ্ধিত সহায় কৰে। একেদৰে নহৰুৰ সৈতে খালী পেটত যদি সদায় মৌ খাব … Read more

‘ কা ‘ ৰ প্ৰভাৱ অসমত নপৰে, এতিয়ালৈকে এজনেও আবেদন কৰা নাই অসম বিকাশ যাত্ৰা, হোজাই আৰু ধুবুৰীত মুঠ ৩৯৫ আৰু ৩০৮ কোটি টকা ব্যয় কৰাৰ চৰকাৰৰ পৰিকল্পনা অৰুণাচলত নিৰ্মাণ কৰা হ’ব ফ্ৰণ্টিয়াৰ হাইৱে মালদ্বীপৰ পৰা ভাৰতীয় সৈন্যৰ প্ৰত্যাহাৰ আৰম্ভ অসম বিকাশ যাত্ৰা BJP ৰ নতুন প্ৰকল্পৰ উদ্বোধন, কিমান টকা ব্যয় কৰাৰ পৰিকল্পনা।