আপোনাৰ ঘৰখনক বিনামূলীয়া বিদ্যুৎ আৰু সৌৰশক্তি উপহাৰ দিয়ক | প্রধানমন্ত্রী সূৰ্য ঘৰ

প্রধানমন্ত্রী সূৰ্য ঘৰ

প্রধানমন্ত্রী সূৰ্য ঘৰ : বিনামূলীয়া বিজুলী যোজনাখন প্ৰতিখন ঘৰলৈ বহনক্ষম শক্তিৰ যোগান নিশ্চিত কৰাৰ ক্ষেত্ৰত এক সুদূৰপ্ৰসাৰী পদক্ষেপৰূপে পৰিগণিত হ’ব। সৌৰশক্তি ব্যৱহাৰৰ এই পদক্ষেপে খৰচৰ অতিৰিক্ত বোজা নিদিয়াকৈ আটাইৰে জীৱন আলোকিত কৰাৰ লগতে সকলোৰে উজ্জ্বল আৰু সেউজ ভৱিষ্যৎ নিশ্চিত কৰিব। আৱাসিক পৰিয়ালৰ ক্ষেত্ৰত সৌৰশক্তি উৎপাদনৰ বিপৰীতে আগবঢ়োৱা ৰাজসাহায্যৰ পৰিমাণ ছাদৰ ওপৰৰ সৌৰ প্ৰকল্পৰ ক্ষমতা এমএনআই, … Read more

প্রধানমন্ত্রী ফচল বীমা যোজনা || PMFBY || फसल बीमा पॉलिसी 2024

প্রধানমন্ত্রী ফচল বীমা যোজনা কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰণালয় || फसल बीमा पॉलिसी ভাৰত চৰকাৰ “প্রধানমন্ত্ৰী ফচল বীমা যোজনাই বতৰৰ অনিশ্চয়তাৰ সৈতে জড়িত ক্ষতিৰ শংকা কম কৰি পৰিশ্ৰমী কৃষক ভাই-ভনীৰ আৰ্থিক হিত ৰক্ষা কৰাত একেৰাহে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। এই কৃষক হিতৈষী বীমাৰ লাভ কোটি কোটি কৃষকে পাব ধৰিছে।” – – নৰেন্দ্ৰ মোদী, প্ৰধানমন্ত্রী … Read more

স্বচ্ছ তীর্থ অভিযান || স্বচ্ছ ভাৰত মিছন 2024

স্বচ্ছ তীর্থ অভিযানত এক পৰিষ্কাৰ আৰু সেউজীয়া আধ্যাত্মিক ভাৰতৰ হকে যোগদান কৰক আন এক ঐতিহাসিক ক্ষণ সূচনাৰ দিশে স্বচ্ছ ভাৰত মিছন-নগৰাঞ্চল ২.০ আহক আমাৰ পবিত্ৰ তথা আধ্যাত্মিক স্থানসমূহ স্বচ্ছতাৰে জিলিকাই তোলাৰ অৰ্থে আকৌ এবাৰ একত্ৰিত হওঁ ১৪-২১ জানুৱাৰী ২০২৪ পৰিষ্কাৰ পৰিচ্ছন্নতাৰ প্ৰতিশ্ৰুতিৰে আৰু ধৰ্মীয় স্থানসমূহত পৰিৱেশ-অনুকূল অভ্যাস গ্রহণ কৰাৰ উদ্দেশ্যেৰে এই অভিযানত যোগদান কৰক। আমাৰ … Read more

মহিলা উদ্যোগীলৈ অসম চৰকাৰৰ উদগনি

মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযান ৩৯ লাখ মহিলা আত্মসহায়ক গোটৰ সদস্যালৈ সহায়ৰ হাত বছৰি ন্যূনতম ১ লাখ টকা উপাৰ্জনেৰে প্ৰতিগৰাকীক গ্রাম্য ক্ষুদ্র উদ্যোগী হিচাপে প্রতিষ্ঠিত কৰাৰ লক্ষ্য লাখপতি বাইদেউ ১০,০০০ টকাৰ উদ্যমিতা পুঁজি মহিলা আত্মসহায়ক গোটৰ যোগ্য সদস্যালৈ হিতাধিকাৰীৰ বেংক একাউন্টত পোনপটীয়াভাবে লাভালাভ জমা দিয়া হ’ব যোগ্যতাৰ চৰ্ত (বীজ মূলধন) মহিলা আত্মসহায়ক গোটৰ সক্ৰিয় সদস্যা যিগৰাকী … Read more

দ্বিতীয় সমবায় মেলা ২০২৪

৯ – ১১ জানুৱাৰী, 2024 স্থান : গণেশ মন্দিৰ ইনড’ৰ ষ্টেডিয়াম খেলপথাৰ, খানাপাৰা, গুৱাহাটী অসমৰ সমবায়সমূহত থলুৱা শিল্পী,কলা-কুশলীয়ে প্ৰস্তুত কৰা

জিএছটি আপীল দাখিল কৰাত পলম হোৱাৰ বাবে ক্ষমা কৰাৰ অর্থে বিশেষ ক্ষমাদান আঁচনি

জিএছটি আপীল দাখিল আঁচনি এই ক্ষমাদান আঁচনিৰ অধীনত কোনে আবেদন কৰিব পাৰে ? এনেকুৱা কৰযোগ্য ব্যক্তি যিয়ে নির্ধারিত সময়সীমাৰ ভিতৰত উপযুক্ত বিষয়াৰ দ্বাৰা দিনাংক 31.03.2023 ত বা ইয়াৰ পূৰ্বে জাৰি কৰা দাবী আদেশৰ বিৰুদ্ধে আপীল দাখিল কৰিব পৰা নাই, আৰু এনেকুৱা কৰযোগ্য ব্যক্তি যাৰ দ্বাৰা উক্ত আদেশৰ বিৰুদ্ধে কৰা আপীল কেৱল এই আধাৰত অগ্রাহ্য কৰা … Read more

সাঁকো 2024 assam ৬ জানুৱাৰী ২০২৪

সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সহযোগত শ্রীমন্ত ফাউণ্ডেচনৰ এটি পদক্ষেপ আমাৰ বৈচিত্ৰ্যপূৰ্ণ জাতি-জনগোষ্ঠীসমূহৰ এটা সম্প্রদায়ে আন এটা সম্প্ৰদায়ৰ কৃষ্টি প্ৰদৰ্শনৰ জৰিয়তে ঐক্য, সংহতি আৰু পাৰস্পৰিক সন্মান যচাৰ এটি অনুষ্ঠান। আহক, বিশ্বাস আৰু আস্থাৰ সাঁকো গঢ়া এই যাত্ৰাৰ আমি সকলো অংশীদাৰ হওঁ। সাঁকো : আন্তঃগোষ্ঠীয় সমন্বয় যাত্রা ৬ জানুৱাৰী ২০২৪ শ্ৰীমন্ত শংকৰদেৱ আন্তর্জাতিক প্রেক্ষাগৃহ, গুৱাহাটীসময় : বিয়লি ৪:১৫ … Read more

পশুধন আৰু হাঁহ কুকুৰা মেলা-২০২৪

অসম চৰকাৰ পশুপালন আৰু পশুচিকিৎসা বিভাগ, অসম আৰু অসম পশুধন আৰু হাঁহ কুকুৰা নিগমৰ উদ্যোগত ৫, ৬ আৰু ৭ জানুৱাৰী ২০২৪ খানাপাৰা ফার্মগেট খেলপথাৰ (হোটেল ভিভাণ্টাৰ সমীপত), গুৱাহাটী-২২ শ্ৰীযুত অতুল বৰাকৃষি তথা পশুপালন মন্ত্রী, অসম মেলাৰ বৈশিষ্ট্য

অসম চাহ শ্রমিক-কর্মচাৰী ভবিষ্যনিধি সংগঠন

স্বচ্ছতাৰ দিশত আৰু এখোজ “আপোনাৰ নিধি আপোনাৰ পদূলিত” দিনাংক: ৫ জানুৱাৰী ২০২৪ (শুক্রবাৰ)স্থান : বঙ্গ ভৱন, শিলচৰ eNíDHì এপৰ শুভ উদ্বোধন ATEPFO ৰ অধীনৰ ভৱিষ্যনিধি সদস্যৰ বাবে উদ্বোধকঃ শ্ৰীযুত সঞ্জয় কিষাণ মাননীয় মন্ত্রী, শ্রমিক কল্যাণ বিভাগ, অসম চৰকাৰ উপস্থিত থাকিব : শ্ৰীযুত টেছ গোৱালামাননীয় বিধায়ক আৰু উপাধ্যক্ষঅসম চাহ শ্রমিক-কৰ্মচাৰী ভৱিষ্যনিধি সংগঠন শ্ৰীযুত কৃপানাথ মাল্লা মাননীয় … Read more

ভোটাৰ তালিকাত আপোনাৰ নাম পৰীক্ষা কৰক

সময় কমি আহিছে পলম নকৰিব প্ৰপত্ৰ দাখিলৰ অন্তিম তাৰিখ হৈছে – 08-01-2024 তালিকাত আপোনাৰ নাম পৰীক্ষা কৰক –জিলা নির্বাচন বিষয়া (ডি.ই.অ.) ৰ কাৰ্যালয়তই. আৰ. অ’ অথবা চক্ৰ বিষয়াৰ কাৰ্যালয়তসংশ্লিষ্ট ভোটগ্রহণ কেন্দ্ৰতwww.ceoassam.nic.in ৱেবছাইটত বিতং তথ্য সংগ্ৰহ কৰিবলৈবুথ পৰ্যায়ৰ বিষয়া (বি. এল. অ.) ৰসৈতে যোগাযোগ কৰক প্ৰপত্ৰ ৬ পূৰণ কৰি আপোনাৰ নাম পঞ্জীয়ন কৰকনাম অন্তৰ্ভুক্তিৰ ক্ষেত্ৰত অভিযোগ … Read more

‘ কা ‘ ৰ প্ৰভাৱ অসমত নপৰে, এতিয়ালৈকে এজনেও আবেদন কৰা নাই অসম বিকাশ যাত্ৰা, হোজাই আৰু ধুবুৰীত মুঠ ৩৯৫ আৰু ৩০৮ কোটি টকা ব্যয় কৰাৰ চৰকাৰৰ পৰিকল্পনা অৰুণাচলত নিৰ্মাণ কৰা হ’ব ফ্ৰণ্টিয়াৰ হাইৱে মালদ্বীপৰ পৰা ভাৰতীয় সৈন্যৰ প্ৰত্যাহাৰ আৰম্ভ অসম বিকাশ যাত্ৰা BJP ৰ নতুন প্ৰকল্পৰ উদ্বোধন, কিমান টকা ব্যয় কৰাৰ পৰিকল্পনা।