প্ৰাচীন ভাৰতীয় শিক্ষা class 10 assamese Notes || assamese class 10 chapter 16 question answer

প্ৰাচীন ভাৰতীয় শিক্ষা class 10 assamese Notes হেমচন্দ্র গােস্বামী (১৮৭২-১৯২৮) লেখক পৰিচিতি হেমচন্দ্র গােস্বামীৰ জন্ম হয় ১৮৭২ চনৰ ৮ জানুৱাৰী তাৰিখে গােলাঘাটৰ ঢেকীয়াল মৗজাত গৌৰাং সত্ৰত। পিতৃ ডম্বৰুধৰ গােস্বামী আৰু মাতৃ ঘনকান্তি গােস্বামী। ১৮৮৮ চনত নগাঁও চৰকাৰী হাইস্কুলৰ পৰা প্রথম বিভাগত এঞ্চে পৰীক্ষা পাছ কৰি কলিকতাৰ প্রেছিডেন্সি কলেজত বি. এ. মহলালৈ পাঢ়ে যদিও বি. এ. … Read more

বিষাদযােগ class 10 Assamese Notes || class 10 Assamese lesson 15 question answer

বিষাদযােগ class 10 Assamese Notes শ্ৰীভট্টদেৱ লেখক পৰিচিত অসমীয়া গদ্যৰ জন্মদাতা ভট্টদেৱৰ (খ্রী. ১৫৫৮-১৬৩৮) সম্পূর্ণ নাম বৈকুণ্ঠনাথ ভাগৱত ভট্টাচার্য। কামৰূপ জিলাৰ বৰনগৰ অঞ্চলৰ ভেগ্রাম নিবাসী চন্দ্রভাৰতীৰ তেওঁ দ্বিতীয় পুত্র। পিতৃৰ নির্দেশানুক্রমে তেওঁ শ্রীদামােদৰদেৱত শৰণ লয়। ভাগৱতত বিশেষ ব্যুৎপত্তি আৰু শাস্ত্ৰৰ ব্যাখ্যাত অগাধ পাণ্ডিত্যৰ কাৰণে তেওঁ পণ্ডিত সমাজৰ পৰা কবিৰত্ন আৰু ভাগৱত ভট্টাচার্য উপাধি লাভ কৰে।(গুৰুৰ … Read more

ধৰ ঝাডু ধৰ ভাই class 10 assamese Notes || chapter 14 question answer class 10 assamese

ধৰ ঝাডু ধৰ ভাই class 10 assamese Notes অম্বিকাগিৰী ৰায়চৌধুৰী অম্বিকাগিৰী ৰায়চৌধুৰী পৰিচয় বিপ্লৱী কবি অম্বিকাগিৰী ৰায়চৌধুৰীৰ ১৮৯৫ চনত বৰপেটাত জন্ম হয়। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বনশোদ্ভৱ আছিল তেওঁ। তেওঁৰ পিতৃৰ নাম কৃষ্ণৰাম ৰায়চৌধুৰী আৰু মাতৃৰ নাম দৈৱকী দেৱী।সাত বছৰ বয়সতে পিতৃহাৰা হোৱা অম্বিকাগিৰী ৰায়চৌধুৰীয়ে মোমায়েকৰ ঘৰৰ পৰা বিদ্যাৰম্ভ কৰিছিল। তেওঁ গুৱাহাটীৰ সোণাৰাম হাইস্কুলত থাৰ্ডক্লাছ পৰ্যন্ত … Read more

কানাইৰ চাতুৰী question answer || class 10 assamese chapter 13 question answer

কানাইৰ চাতুৰী question answer শ্ৰীধৰ কন্দলী শ্ৰীধৰ কন্দলীৰ চমু পৰিচয় শ্ৰীধৰ কন্দলী মহাপুৰুষ শংকৰদেৱৰ পৰবৰ্তী কালৰ কবি। এওঁৰ কাব্যত ধৰ্মৰ প্ৰভাৱ সুস্পষ্ট। কন্দলীয়ে ” কাণখোৱা ” আৰু ” ঘুনুচা কীৰ্ত্তন ” নামৰ দুখন কাব্য ৰচনা কৰে। কাণখোৱা পুথিখন নিচুকণি গীতৰ আৰ্হিত ৰচিত। ইয়াত বিষ্ণুৰ আৱৱতাৰৰ লীলা – মাহাত্ম্য সহজ – সৰল আৰু প্ৰাঞ্জল ভাষাত বৰ্ণনা … Read more

পাৰস্যত এভুমুকি class 10 assamese notes || class 10 assamese chapter 12 question answer

পাৰস্যত এভুমুকি class 10 assamese notes ৰথীন্দ্রনাথ গােস্বামী লেখকৰ পৰিচিতি বিজ্ঞান, সাহিত্য, কল্পবিজ্ঞান, ভ্রমণ কাহিনী, শিশু সাহিত্যকে আদি কৰি বিবিধ বন্ধেৰে অসমীয়া সাহিত্যলৈ অৱদান যোগােৱা ৰথীন্দ্রনাথ গােস্বামীৰ জন্ম হয় যােৰহাটত। পিতৃ সাহিত্যাচার্য যতীন্দ্রনাথ গােস্বামী। গােস্বামীয়ে ১৯৮৭ চনত ভূতত্ব। নেয়ত প্রথম শ্রেণীৰ প্রথম স্থানেৰে স্নাতক ডিগ্রী লাভ কৰে। ১৯৯২ চনত অসম প্রশাসনিক সেৱাৰ বিষয়। হিচাপে যােগদান … Read more

অৰণ্য যাত্ৰা class 10 assamese || class 10 assamese chapter 11 question answer

অৰণ্য যাত্ৰা class 10 assamese অনুৰাধা শৰ্মা পূজাৰী অনুৰাধা শৰ্মা পূজাৰীৰ পৰিচয় বিশিষ্ট লেখিকা, সাংবাদিক অনুৰাধা শৰ্মা পূজাৰীৰ জন্ম হৈছিল ১৯৬৪ চনত যোৰহাটত। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা সমাজ শাস্ত্ৰ বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী আৰু কলিকতাৰ ইনষ্টিটিউট অব লিবাৰেল আৰ্টছ এণ্ড মেনেজমেণ্টৰ পৰা সাংবাদিকতা পাঠ্যক্ৰম সম্পূৰ্ণ কৰা অনুৰাধা শৰ্মা পূজাৰীয়ে পশ্চিমবঙ্গৰ কেন্দ্ৰ, তথ্য আৰু সাংস্কৃতিক দপ্তৰৰ অধীনত আৰ্ট … Read more

অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি class 10 assamese notes ||class 10 assamese chapter 8 question answer

অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি class 10 assamese notes আব্দুছ ছাত্তাৰ লেখকৰ পৰিচয় আব্দুছ ছাত্তাৰ (১৯২২-১৯৮৭) : আব্দুছ ছাত্তাৰৰ জন্ম হয় উজনি অসমৰ বৰ্তমান যোৰহাট জিলাৰ তিতাবৰত। চিন্তাগধুৰ ৰচনাৰাজিৰ মাধ্যমেৰে আব্দুছ ছাত্তাৰে অসমীয়া সাহিত্য জগতত নিজকে প্ৰতিষ্ঠা কৰে। তেওঁ লিখা কৃষ্ণকান্ত সন্দিকৈৰ জীৱনী, প্ৰসংগকোষ, সংমিশ্ৰণত অসমীয়া সংস্কৃতি, দৃষ্টি আৰু সৃষ্টি, উদ্ধৃতি সহচৰ আদি প্ৰতিখন পুঠিয়েই … Read more

ভাৰতীয় সংস্কৃতি class 10 assamese notes || class 10 assamese chapter 7 question answer

ভাৰতীয় সংস্কৃতি class 10 assamese notes হেম বৰুৱা কবিৰ পৰিচয় হেম বৰুৱাৰ জন্ম হয় তেজপুৰত, ১৯১৫ চনত। তেওঁৰ পিতৃৰ নাম আছিল বিনন্দিৰাম বৰুৱা আৰু মাতৃৰ নাম আছিল পদ্মলোচনী দেৱী। হেম বৰুৱাই যোৰহাটত প্ৰাথমিক শিক্ষা লাভ কৰি গুৱাহাটীৰ কটন কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। পিছত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী সাহিত্যত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। তেওঁ … Read more

ছাত্ৰ জীৱন আৰু সমাজ সেৱা class 10 assamese || assamese chapter 6 question answer

ছাত্ৰ জীৱন আৰু সমাজ সেৱা class 10 assamese ডিম্বেশ্বৰ নেওগ ডিম্বেশ্বৰ নেওগৰ পৰিচয় ডিম্বেশ্বৰ নেওগ (১৮৯৯-১৯৬৬): অসমীয়া সাহিত্যৰ ইতিহাস প্ৰণেতা হিচাপে পৰিচিত। ডিম্বেশ্বৰ নেওগ একেৰাহে কবি,নিৰ্ভীক সমালোচক আৰু গৱেষক। অসমীয়া বৈষ্ণৱ সাহিত্যৰ এগৰাকী গুণগ্ৰাহী প্ৰবক্তা আৰু সমালোচক, লোক সাহিত্যৰ সংগ্ৰাহক আৰু প্ৰতিষ্ঠিত কবি তথা চিন্তাবিদ ডিম্বেশ্বৰ নেওগৰ জন্ম হয় ১৮৯৯ খ্ৰীষ্টাব্দত শিৱসাগৰ জিলাৰ কমাৰফদীয়া গাঁৱত।তেওঁৰ … Read more

দৃশ্যান্তৰ class 10 || class 10 assamese chapter 5 question answer

দৃশ্যান্তৰ class 10 হৰেকৃষ্ণ ডেকা কবি পৰিচিত ১৯৪৩ চনত জন্ম। ল’ৰালি কাল তিনিচুকীয়াত কটায় আৰু তাৰে পৰাই ১৯৫৯ চনত মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈ কটন কলেজত পঢ়িবলৈ লয়। গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ১৯৬৫ চনত ইংৰাজী বিষয়ত এম. এ. পাছ কৰে। গুৱাহাটীৰ কমাৰ্চ কলেজত অধ্যাপনাৰে চাকৰি জীৱন আৰম্ভ কৰি ভাৰতীয় প্ৰশাসনীয় সেৱাত যোগদান কৰি আৰক্ষী সঞ্চালক প্ৰধান হিচাপে … Read more

‘ কা ‘ ৰ প্ৰভাৱ অসমত নপৰে, এতিয়ালৈকে এজনেও আবেদন কৰা নাই অসম বিকাশ যাত্ৰা, হোজাই আৰু ধুবুৰীত মুঠ ৩৯৫ আৰু ৩০৮ কোটি টকা ব্যয় কৰাৰ চৰকাৰৰ পৰিকল্পনা অৰুণাচলত নিৰ্মাণ কৰা হ’ব ফ্ৰণ্টিয়াৰ হাইৱে মালদ্বীপৰ পৰা ভাৰতীয় সৈন্যৰ প্ৰত্যাহাৰ আৰম্ভ অসম বিকাশ যাত্ৰা BJP ৰ নতুন প্ৰকল্পৰ উদ্বোধন, কিমান টকা ব্যয় কৰাৰ পৰিকল্পনা।