আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ দৌৰৰ পৰা বাহিৰ বিবেক ৰামস্বামী

উপ-ৰাষ্ট্ৰপতি নিযুক্তি দিবলৈ দাবী অনুৰাগীৰ চলিত বৰ্ষত হ’বলগীয়া আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে বিৰোধী ৰিপাব্লিকান দলৰ প্রার্থিত্বপ্ৰত্যাশীৰ মাজত যুঁজ চলি থকাৰ মাজতে ভাৰতীয় মূলৰ ব্যৱসায়ী বিবেক ৰামস্বামীয়ে নিজৰ নাম প্ৰত্যাহাৰ কৰে। ইয়ে তেওঁৰ অনুৰাগী আৰু সমর্থকক ডাঙৰ আঘাত দিয়ে। আইঅ’বা ক’কাছত ড’নাল্ড ট্রাম্পে জয় সাব্যস্ত কৰাৰ পাছতে বিবেক ৰামস্বামীয়ে ট্রাম্পক শুভেচ্ছা জ্ঞাপন কৰি মঙলবাৰে প্রতিদ্বন্দ্বিতাৰ পৰা … Read more

ভাৰতত আন্তঃৰাষ্ট্ৰীয় জাহাজ মেৰামতি সুবিধা

আন্তঃৰাষ্ট্ৰীয় জাহাজ মেৰামতি ভাৰতক সামুদ্রিক কেন্দ্ৰ হিচাপে গঢ়ি দক্ষিণ এছিয়াৰ সৰ্ববৃহৎ জাহাজ নিৰ্মাণ আৰু জাহাজ মেৰামতি সুবিধাৰে ৪,০০০ কোটি টকা মূল্যৰ প্ৰকল্প উদ্বোধন – নৰেন্দ্ৰ মোদী প্রধানমন্ত্রী দ্বাৰা কোচিন শ্বিপয়ার্ড লিমিটেড আইএছআৰএফ, উইলিংডন ইছলেণ্ড, কোচি ১৭ জানুৱাৰী, ২০২৪ দিনৰ ১২.০০ বজাত “মেক ইন ইণ্ডিয়া আৰু ভাৰত আত্মনিৰ্ভৰশীল ৰাষ্ট্ৰত পৰিণত হোৱাৰ প্ৰতিধ্বনি সকলোতে বিৰাজমান হৈছে। ভাৰত … Read more

ৰাছিয়াই আৰম্ভ কৰিব তৃতীয় বিশ্বযুদ্ধ

জার্মানিয়ে আশংকা কৰে যে ৰাছিয়াই তৃতীয় বিশ্ব যুদ্ধ আৰম্ভ কৰিব পাৰে। জার্মানিৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ গোপনীয় নথি-পত্ৰত হাত দিবলৈ কিবা প্ৰকাৰে সক্ষম হোৱা ‘বিল্ড’ নামৰ বাতৰিকাকতখনে সেই নথি-পত্ৰবোৰৰৰ ভিত্তিত এই বাতৰি প্ৰকাশ কৰিছে। বাতৰিকাকতখনে দাবী কৰে যে ৰাছিয়াই অহা বছৰ নাটোৰ মিত্ৰ দেশসমূহক আক্ৰমণ কৰি ইউক্রেইনৰ যুদ্ধৰ প্ৰসাৰ ঘটাব পাৰে আৰু তাৰ ফলত তৃতীয় বিশ্ব যুদ্ধ … Read more

ভাৰতীয়ৰ নেতৃত্বত ‘নাছা’ৰ চন্দ্ৰ অভিযান

ইউনাইটেড লান্স এলায়েন্সে আজি ফ্ল ৰিডাৰ কে প কেনাভেলৰ পৰা নাছাৰ পেৰেগ্ৰীন ১ লুনাৰ লেণ্ডাৰক লৈ যোৱা ভল্কান চেণ্ট্ৰৰ ৰকেট উৎক্ষেপণ কৰে। এই অভিযান সফল হ’লে আমেৰিকাৰ মহাকাশ যানে ৫০ বছৰৰ পাছত চন্দ্ৰত প্ৰথমবাৰলৈ অৱতৰণ কৰিব। এই অভিযানৰ নেতৃত্বত আছে ভাৰতীয় মূলৰ শাৰদ ভাস্কৰণ। চন্দ্ৰলৈ প্ৰেৰণ কৰা লেণ্ডাৰৰ ডিজাইন কৰা গোটটোৰ নেতৃত্ব দিছে ভাস্কৰণে। কৰা … Read more

স্বদেশতে সমালোচিত মালদ্বীপ চৰকাৰ

ভাৰত আৰু প্ৰধানমন্ত্ৰী মোদীৰ প্ৰতি আপত্তিজনক মন্তব্য দ্বীপৰাষ্ট্ৰ মালদ্বীপৰ নতুন চৰকাৰে ভাৰতবিৰোধী স্থিতি গ্ৰহণ কৰাৰ পাছতে দুয়োখন দেশৰ মাজৰ সম্পৰ্ক লাহে লাহে বেয়া হ’বলৈ ধৰে। চীনৰ নিয়ন্ত্রণত চলা নতুন চৰকাৰে ভাৰতৰ বিৰুদ্ধে স্থিতি গ্রহণ কৰাত ভাৰতৰ প্রধানমন্ত্রী মোদীয়ে অলপতে খেলে এটা ডাঙৰ খেলা। ২-৩ জানুৱৰীত প্রধানমন্ত্ৰী মোদীয়ে কেন্দ্রীয়শাসিত অঞ্চল লক্ষদ্বীপ ভ্ৰমণ কৰি ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্যৰ … Read more

নৃত্যৰত ভংগিমাত ২১ ফুট বিশাল শাকিৰা

‘কুইন অর লেটিন মিউজিক’ অর্থাৎ লেটিন সংগীতৰ ৰাণী হিচাপে খ্যাত শাকিৰাৰ এটা বিশাল মূৰ্তি নিৰ্মাণ কৰা হৈছে। ২১ ফুট ওখ সংগীত শিল্পীগৰাকীৰ বিশাল পূৰ্ণাংগ মূৰ্তিটো নিৰ্মাণ কৰা হৈছে জন্মস্থান কলম্বিয়াৰ বাৰাণকিলাত। মাগডালেনা নৈৰ তীৰত এখন উদ্যানৰ মাজত স্থাপন কৰা হৈছে শাকিৰাৰ অতিকায় মূৰ্তিটো। তামেৰে তৈয়াৰ কৰা মূৰ্তিটোৰ উচ্চতা ২১.৩ ফুট আৰু প্ৰস্থ চাৰে ছয় মিটাৰ। … Read more

চলিত বৰ্ষত বিশ্বৰ ৬০খন দেশত হ’ব নির্বাচন

নির্বাচন এই বছৰ (২০২৪ চনত) পৃথিৱীৰ প্ৰায় ৬০খন দেশত নির্বাচন হ’ব আৰু সেই নির্বাচনবোৰত পৃথিৱীৰ জনসংখ্যাৰ আধাতকৈও বেছিয়ে ভোট দিব। ৬০খন দেশৰ ভিতৰত ইউৰোপিয়ান ইউনিয়নতো নির্বাচন হ’ব। ২৭খন দেশক লৈ ইউৰোপিয়ান ইউনিয়ন গঠিত। অস্থায়ী হিচাপ মতে, চলিত বছৰত আফ্ৰিকাৰ ১৮খন, এছিয়াৰ ১৭খন, উত্তৰ আমেৰিকাৰ পাঁচখন, ওচেনিয়াৰ চাৰিখন আৰু দক্ষিণ আমেৰিকাৰ দুখন দেশতো ৰাষ্ট্ৰীয় নির্বাচন হ’ব। … Read more

জাপানত ভূমিকম্পত নিহত লোকৰ সংখ্যা ১২৬ লৈ বৃদ্ধি

১২৬ লৈ বৃদ্ধি যোৱা ১ জানুৱাৰীত জাপানৰ পশ্চিম উপকূলৰেখাত হোৱা এলানি ভূমিকম্পত মৃত্যু হোৱা লোকৰ সংখ্যা আজি ১২৬-লৈ বৃদ্ধি পায়। ৭.৬ প্রাবল্যৰ প্ৰথম আৰু ডাঙৰটো তেওঁৰ অৱস্থাৰ অৱনতি ঘটে আৰু কালি মৃত্যু হয়। বিষয়া সক লে ভূমিকম্পৰ পাছত সৰু-বৰ অনেক জোকাৰণি হৈয়েই আছে আৰু অধিক ঘৰ-দুৱাৰ পুতি পেলোৱাৰ আৰু সাহায্য সামগ্ৰী পৰিবহণৰ বাবে গুৰুত্বপূৰ্ণ পথবোৰ … Read more

১০ বছৰত নেপালে ভাৰতলৈ ৰপ্তানি কৰিব ১০ হাজাৰ মেগাৱাট বিদ্যুৎ

কাঠমাণ্ডু, : অহা ১০ বছৰত নেপালে ভাৰতলৈ ১০ হাজাৰ মেগাৱাট বিদ্যুৎ ৰপ্তানি কৰিব। এই সন্দৰ্ভত দেশখনে ভাৰতৰ সৈতে এখন দীৰ্ঘম্যাদী চুক্তি কৰিছে। বৈদেশিক পৰিক্ৰমা মন্ত্রী এছ জয়শংকৰ আৰু নেপালৰ | বৈদেশিক মন্ত্রী এন পি সউদে কালি তিনিটা ক্ৰছব’ৰ্ডাৰ টেঞ্চমিছন লাইন উদ্বোধন কৰে। দুদিনীয়া ভ্রমণসূচীৰে জয়শংকৰ নেপাললৈ আহিছে। ভাৰতৰ শক্তি সচিব পংকজ আগৰৱাল আৰু নেপালৰ শক্তি … Read more

অভিযুক্তক ইউক্রেইনৰ বিৰুদ্ধে যুঁজ দিয়াত লগাইছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে

ৰাছিয়াত প্ৰেমিকাক ধৰ্ষণ আৰু হত্যাৰ অভিযোগত অভিযুক্ত এজন লোকক মুকলি কৰি দিয়ে। এই ঘটনাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে চৌদিশে। উল্লেখ্য যে তেওঁ এতিয়া কাৰাদণ্ড ভোগাৰ পৰিৱৰ্তে ইউক্রেইনৰ সৈতে যুদ্ধ কৰাত লাগি পৰিব। প্রণিধানযোগ্য যে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ নিৰ্দেশত তেওঁৰ দৰে বহু বন্দীক ইউক্রেইনত যুঁজদিবলৈ পঠোৱা হৈছে। এই বন্দীসকলে এতিয়া সামৰিক পোছাক পিন্ধা আন সৈনিকৰ সৈতে … Read more

‘ কা ‘ ৰ প্ৰভাৱ অসমত নপৰে, এতিয়ালৈকে এজনেও আবেদন কৰা নাই অসম বিকাশ যাত্ৰা, হোজাই আৰু ধুবুৰীত মুঠ ৩৯৫ আৰু ৩০৮ কোটি টকা ব্যয় কৰাৰ চৰকাৰৰ পৰিকল্পনা অৰুণাচলত নিৰ্মাণ কৰা হ’ব ফ্ৰণ্টিয়াৰ হাইৱে মালদ্বীপৰ পৰা ভাৰতীয় সৈন্যৰ প্ৰত্যাহাৰ আৰম্ভ অসম বিকাশ যাত্ৰা BJP ৰ নতুন প্ৰকল্পৰ উদ্বোধন, কিমান টকা ব্যয় কৰাৰ পৰিকল্পনা।