অনাগত দিনবোৰ | অসমীয়া কবিতা 2024

সবিতা বৰা কোঁৱৰ নদী শান্ত হৈ বৈ থাককফুলবোৰ কলিতে মৰহি নাযাওক হত্যা, লুণ্ঠন, দুর্ঘটনা হ্রাস পাওকভোকৰ যাতনা দুৰ্ভিক্ষ নোহোৱা হওক তুমি মই আমি হওঁগছৰ শিপা সুদৃঢ় হওক আকাশ আৰু পৃথিৱীৰ গান-কবিতাৰছন্দে ছন্দে ফুলি উঠক সময় য’তেই শূন্যতাই নিৰলে উচুপি আছেতাৰ আগত এক এটি আহিপূর্ণতা আনক এনেকৈয়ে দুঃসময়নিপাত যাওক !

আমৃত্যু | অসমীয়া কবিতা 2024

ইপুল হুছেইন বহুতেই এই ব্যস্ততাৰ মহানগৰীতজীৱন-অনুবাদৰ প্ৰতিষ্ঠাৰ বাবে যুধ্যমানখেয়ালী শব্দৰ শিকলি বগাই লেখি যোৱাপোহৰ কল্পৰাতিৰ উদযাপন মাথোঁপ্ৰেৰণাৰ নৈখন নিৰৱধি বাবেইসাধনাৰ দিৱস জীৱন্তঅসময়ৰ ধোঁৱা খুবেই বিভীষিকাময়কুৰুকি সোমাই কলিজা খায়আত্মসন্মান, চৰিত্ৰৰ নিৰ্মাণ,এই কথাবোৰেই মানুহক বান্ধেগধুৰ হয় সাম্যবাদৰ বোজাতথাপিতো বহু মানুহে বহু কথা নুবুজাকৈওসুখী হৈছেবহু মানুহে এনেয়ে হাঁহিছেকাৰণ সময় বাটৰ বিন্দু অগণনসহযাত্রী জীবন।

পথাৰৰ এখন ধূসৰ ছবি | অসমীয়া কবিতা 2024

জ্যোতিমণি শ‍ইকীয়া মুকলি পথাৰখনৰসোণোৱালী ধানবোৰপূৰমুৱা বতাহ জাকতহাউলি পৰিছিল,আঘোণৰ পথাৰতধানগছ কটা দাৱনীৰ বুকুতসোণোৱালী সপোন জাগিছিল,পিতাইৰ কান্ধতজাতি বাঁহৰ বিৰিয়াতধানৰ ডাঙৰীৰ ভাব,জিৰিক্ জিবিক্ ডাঙৰীৰ নাচোনতপিতায়ে পাহৰিছিলতেজ বিৰিঙা কান্ধৰ যন্ত্ৰণা,কলাফুলৰ বিষ বেদনা…. ঘন কুঁৱলী ফালিপুৱাই ওলাই অহাসেন্দূৰ যেন ৰঙা বেলিৰৰ’দ-কাঁচলিৰ মিঠা উম ল’বলৈপিতাইৰ আহৰি নাছিল! পথাৰৰ ভালপোৱাইপকা ধাননিত মুখ গোজে,ৰবাব টেঙা গোন্ধোৱা পথাৰেদিৰ’দ এচেৰেঙা নামি আহে,শীতে বাট ভেটা জোনাকতমৰণাত … Read more

শব্দ | অসমীয়া কবিতা

বিজয় চন্দ্ৰ শৰ্মা শব্দবোৰ কেনি হেৰালবিচাৰি বিচাৰি ছলাথ কৰিলোঁ।নাই, ক’তো উম্‌-ঘাম্ নাই।বিস্মৃতিৰ মণিকোঠঅলংকৃত কৰিবলৈসুৰ-সুৰকৈ সোমাই পৰিল। প্রবল হেঁপাহজীবন-পদুলিবাত্মায় শব্দৰে সজাই-পৰাইতুলিবলৈ।শব্দ-কাননতৰচঙীয়া পখিলাৰ সমাৰোহ। চিন্তা প্রবাহত গুঞ্জৰিতভাষাৰ প্ৰাচুৰ্য্যময় শব্দৰ লালিত্যইউত্তৰণ ঘটাব বিশ্বজনীন সাহিত্যলৈ।

সেই মানুহবোৰ | অসমীয়া কবিতা

বিকাশ শর্মা চোতালত বেলিয়ে ভৰি পাৰি দিয়াৰ পৰতসেই মানুহবোৰে বিচাৰি যায় জীৱনৰ অৰ্থসেই মানুহবোৰে পুৰণি কুঁৱা এটাত মুখ চাইদিনটোক চিকুণ কৰেসেই মানুহবোৰে পথাৰখনক দি গৈছে পকা ধানৰ জীৱনসেই মানুহবোৰে বিচাৰি থাকে অতীত, বৰ্তমান আৰু ভবিষ্যত সেই মানুহবোৰে ভ্ৰমণ কৰে এটা জলমগ্ন পুৱাতসেই মানুহবোৰে জীয়াই থাকে আনৰ সুখত অথবা দুখতসেই মানুহবোৰে কটায় এটা দুর্ভিক্ষ দিনসেই মানুহবোৰে … Read more

মোৰ ঠিকনা/ কবিতা অসমীয়া

কবিতামোৰ ঠিকনাসঞ্জীৰ শইকীয়া সোধে যদি মোক মোৰ সুখৰ ঠিকনা,আইৰ কোলাত মই মূৰটো থ’ম ।সোধে যদি মোক,বিষেৰে কেনেকৈ জোখে সুখকমই মনত পেলাম,মোৰ জন্মদিন আৰুআইৰ মুখৰ হাঁহিটি ।কেতিয়াবা আহিব মোৰ পঁজালৈ,মৰমৰ কথাৰে এপিয়লা চাহ খাম ।কথা যদি ভাল পাই,মোৰ আইএগৰাকী ভাল বক্তা ।আখৰ নিচিনিলেওকৈ যাব জীৱন কাব্যৰ মহামন্ত্র ।কেতিয়াবা যদি কয় মোকবেলিটোৰ কথামোৰ পিতাই মোৰ ছাঁ হ’ব।গলিব … Read more

‘ কা ‘ ৰ প্ৰভাৱ অসমত নপৰে, এতিয়ালৈকে এজনেও আবেদন কৰা নাই অসম বিকাশ যাত্ৰা, হোজাই আৰু ধুবুৰীত মুঠ ৩৯৫ আৰু ৩০৮ কোটি টকা ব্যয় কৰাৰ চৰকাৰৰ পৰিকল্পনা অৰুণাচলত নিৰ্মাণ কৰা হ’ব ফ্ৰণ্টিয়াৰ হাইৱে মালদ্বীপৰ পৰা ভাৰতীয় সৈন্যৰ প্ৰত্যাহাৰ আৰম্ভ অসম বিকাশ যাত্ৰা BJP ৰ নতুন প্ৰকল্পৰ উদ্বোধন, কিমান টকা ব্যয় কৰাৰ পৰিকল্পনা।