ইউক্রেইনৰ ওপৰত ৰাছিয়াৰ বৃহৎ আক্রমণ ২৪ ঘণ্টাত ১২২টা মিছাইল নিক্ষেপ

মস্কো/কিয়েভ

ৰাছিয়া-ইউক্রেইন যুদ্ধ দুবছৰ অতিক্ৰম কৰাৰ সময় আহি পৰিছে। এই যুদ্ধ ২২ মাহ ধৰি চলি আছে।

ইফালে শুকুৰবাৰে ৰাছিয়াই পুনৰ ইউক্রেইনৰ ওপৰত এক বৃহৎ আক্ৰমণ চলায়।

এই আক্ৰমণটো এদিনীয়া আটাইতকৈ ডাঙৰ আক্ৰমণ বুলি কোৱা হৈছে।

সংবাদ সংস্থা এএফপি’ৰ প্ৰতিবেদন অনুসৰি ৰাছিয়াই ২৪ ঘণ্টাত ইউক্ৰেইনৰ তিনিখন চহৰত ১২২ টা মিছাইল নিক্ষেপ কৰে ।

ইয়াত ২০ জন লোকৰ মৃত্যু নিশ্চিত কৰা হৈছে। ইফালে ইউক্রেইনৰ এজন সেনা বিষয়াই কয় আমি জানিছিলো যে –

বছৰটোৰ শেষত ৰাছিয়াৰ পৰা এটা ডাঙৰ আক্ৰমণ হ’ব পাৰে। অৱশ্যে আমি ভবা নাছিলো যে এইটো এই স্কেলত হ’ব। এতিয়া আমাৰ সেনাই একেধৰণে ইয়াৰ উত্তৰ দিব।

More Article

0Shares

Leave a Comment

‘ কা ‘ ৰ প্ৰভাৱ অসমত নপৰে, এতিয়ালৈকে এজনেও আবেদন কৰা নাই অসম বিকাশ যাত্ৰা, হোজাই আৰু ধুবুৰীত মুঠ ৩৯৫ আৰু ৩০৮ কোটি টকা ব্যয় কৰাৰ চৰকাৰৰ পৰিকল্পনা অৰুণাচলত নিৰ্মাণ কৰা হ’ব ফ্ৰণ্টিয়াৰ হাইৱে মালদ্বীপৰ পৰা ভাৰতীয় সৈন্যৰ প্ৰত্যাহাৰ আৰম্ভ অসম বিকাশ যাত্ৰা BJP ৰ নতুন প্ৰকল্পৰ উদ্বোধন, কিমান টকা ব্যয় কৰাৰ পৰিকল্পনা।