ইলেক্টৰেল ব’ণ্ডৰ বিক্ৰী আৰম্ভ এছ বি আইৰ

আজিৰ পৰা ইলেক্টৰেল ব’ণ্ডৰ বিক্ৰী আৰম্ভ হৈছে। ভাৰতীয় ষ্টেট বেংকৰ (এছ বি আই) ২৯টা কর্তৃত্বপ্রাপ্ত শাখাত এই মাহৰ ১১ তাৰিখলৈকে ব’গুবোৰ ব্ৰিক্ৰী কৰা হ’ব।

এছ বি আইৰ কর্তৃত্বপ্রাপ্ত শাখাবোৰৰ ভিতৰত দিল্লী, হাৰিয়ানা, পঞ্জাব, হিমাচল প্ৰদেশ, জম্মু-কাশ্মীৰ, উত্তৰাখণ্ড, গুজৰাট, মধ্য প্ৰদেশ, ৰাজস্থান, মহাৰাষ্ট্ৰ, উত্তৰ প্ৰদেশ, ওড়িশা, বিহাৰ আৰু পশ্চিম বংগৰ শাখাও আছে।

বিত্তীয় মন্ত্রালয়ে এটা বিজ্ঞপ্তিত কয় যে ব’গুৰ ৩০ সংখ্যক এই বিক্রীত এছ বি আইক ব’ও ইছ্যু (দিবলৈ) কৰিবলৈ তথা এনকেশ্ব (মুদ্ৰায়িত) কৰিবলৈ কৰ্তৃত্ব দিয়া হৈছে।

ইছ্যু কৰা তাৰিৰ পৰা ১৫ দিনলৈ উক্ত ব’গুবোৰ কাৰ্যকৰী হৈ থাকিব। কাৰ্যকৰী সময়ৰ ম্যাদ শেষ হোৱাৰ পাছত জমা কৰিলে কোনো ৰাজনৈতিক দলক টকা দিয়া নহ’ব।

এই ব’গুবোৰ যিকোনো ভাৰতীয় নাগৰিকে জয় কৰিব পাৰিব। আনহাতে বিগত লোক সভা বা বিধানসভা নির্বাচনত ভোটৰ অংশ এক শতাংশতকৈ কম নোহোৱা পঞ্জীয়নকৃত ৰাজনৈতিক দলহে এই ব’ও পোৱাৰ যোগ্য হ’ব।

0Shares

Leave a Comment

‘ কা ‘ ৰ প্ৰভাৱ অসমত নপৰে, এতিয়ালৈকে এজনেও আবেদন কৰা নাই অসম বিকাশ যাত্ৰা, হোজাই আৰু ধুবুৰীত মুঠ ৩৯৫ আৰু ৩০৮ কোটি টকা ব্যয় কৰাৰ চৰকাৰৰ পৰিকল্পনা অৰুণাচলত নিৰ্মাণ কৰা হ’ব ফ্ৰণ্টিয়াৰ হাইৱে মালদ্বীপৰ পৰা ভাৰতীয় সৈন্যৰ প্ৰত্যাহাৰ আৰম্ভ অসম বিকাশ যাত্ৰা BJP ৰ নতুন প্ৰকল্পৰ উদ্বোধন, কিমান টকা ব্যয় কৰাৰ পৰিকল্পনা।