মহুৱা বৰ্খাস্ত, আহি আছে চিবিআয়ো

মহুৱা বৰ্খাস্ত, আহি আছে চিবিআয়ো

তৃণমূল কংগ্ৰেছৰ অগ্নিবর্ষী সাংসদ মহুৱা মৈত্ৰক ‘কেছ ফৰ কুৱেৰী’ অর্থাৎ অর্থব বিনিময়ত সংসদত প্রশ্ন উত্থাপন কৰাৰ অভিযোগত লোকসভাৰ সাংসদ পদৰ পৰা বৰ্খাস্ত কৰা হৈছে। লোকসভাত গ্ৰহণ কৰা এই সিদ্ধান্তৰ পাছতেই সদনৰ বাহিৰলৈ ওলাই আহি উগ্ৰমূৰ্তি ধাৰণ কৰে তৃণমূল কংগ্ৰেছৰ নেত্ৰী মহুৱা মৈত্রই। তেওঁ কয় – মোক সম্পূর্ণ বিধি উলংঘা কৰি বৰ্খাস্ত কৰা হৈছে। বস্ত্ৰহৰণৰ পৰ্ব … Read more

৩ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ অংক মিলা নাই, মুখৰক্ষাৰ বাবে সর্বানন্দসহ সমিতি গঠন

তিনি ৰাজ্য ক্ৰমে ৰাজস্থান, মধ্য প্ৰদেশ আৰু ছত্তীশগড়ত বিজেপি দলে একক সংখ্যা গৰিষ্ঠতা লাভৰ পাছতো আজিপর্যন্ত ঘোষণা কৰিব পৰা নাই মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থীৰ নাম। এই তিনি ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ আজি পাঁচ দিনে হ’ল যদিও বিজেপি হাইকমাণ্ড এই তিনিখন ৰাজ্যৰ মুখ্যমন্ত্রী পদৰ প্ৰাৰ্থীক লৈ চৰম অনিশ্চয়তাৰ সন্মুখীন হৈছে। নতুন দিল্লীত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, … Read more

‘ কা ‘ ৰ প্ৰভাৱ অসমত নপৰে, এতিয়ালৈকে এজনেও আবেদন কৰা নাই অসম বিকাশ যাত্ৰা, হোজাই আৰু ধুবুৰীত মুঠ ৩৯৫ আৰু ৩০৮ কোটি টকা ব্যয় কৰাৰ চৰকাৰৰ পৰিকল্পনা অৰুণাচলত নিৰ্মাণ কৰা হ’ব ফ্ৰণ্টিয়াৰ হাইৱে মালদ্বীপৰ পৰা ভাৰতীয় সৈন্যৰ প্ৰত্যাহাৰ আৰম্ভ অসম বিকাশ যাত্ৰা BJP ৰ নতুন প্ৰকল্পৰ উদ্বোধন, কিমান টকা ব্যয় কৰাৰ পৰিকল্পনা।