জিএছটি কৰদাতাসকলে মনোযোগ দিয়ক !
অনুৰোধ কৰি ২০২২-২০২৩ বিত্তীয় বৰ্ষৰ আপোনাৰ বাৰ্ষিক ৰিটাণ ফৰ্ম GSTR-9* আৰু ফৰ্ম GSTR-9C# ত দাখিল কৰক অন্তিম তাৰিখৰ পূৰ্বে কৰদাতাসকলে ফর্ম GSTR-9 দাখিল কৰাটো অনিবার্য নিম্নলিখিতক বাদ দি গড় বার্ষিক টার্ণঅভাব ২ কোটি টকাৰ অধিক হোৱা (বিত্তীয় বৰ্ষ 2022-2023 সময়ছোৱাত) সকলো জিএছটি কৰদাতা : কৰদাতাসকলে ফর্ম GSTR-9C দাখিল কৰাটো অনিবার্য এনেকুৱা কৰদাতা, যার গড় বার্ষিক … Read more