মোদী চৰকাৰৰ গ্যাৰান্টি ৭৫% পর্যন্ত ৰেহাই

জন ঔষধি কেন্দ্ৰসমূহে সহজলভ্য আৰু ৭৫% পর্যন্ত ৰেহাই মূল্যত গুণগত মানৰ ঔষধ প্ৰদান কৰে।

মোদী চৰকাৰৰ গ্যাৰান্টি

এতিয়া জন ঔষধি কেন্দ্ৰসমূহে নিয়োগৰ ভাল সুযোগ প্ৰদান কৰিছে মাননীয় প্রধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদীয়ে প্রধান মন্ত্রী ভাৰতীয় জন ঔষধি পৰিযোজনাৰ অধীনত জন ঔষধি কেন্দ্ৰৰ সংখ্যা ২৫,০০০ লৈ বৃদ্ধি কৰাৰ বাবে প্ৰকল্প আৰম্ভ কৰিছে।

দেশৰ প্ৰত্যেক জিলাতে জন ঔষধি কেন্দ্ৰ খোলাৰ বাবে আবেদন পত্র আহ্বান কৰা হৈছে।

প্রার্থীয়ে মন কৰিব পাৰে

  • ন্যূনতম ১২০ বর্গ ফুটৰ দোকানৰ প্ৰয়োজন।
  • দুটা জন ঔষধি কেন্দ্ৰৰ মাজত পূৰাহৰ ব্যৱধান ১ কিঃমিঃ (পূর্বে আছিল ১.৫ কিঃমিঃ)।
  • যিকোনো ব্যক্তি, সংগঠন, এনজিতা’, মেডিকেল কলেজ, চৰকাৰী হাস্পতাল, পিচিত্রছ/সমবায় সংগঠনে আবেদন কৰিব পাৰে।
  • জন ঔষধি কেন্দ্ৰ চলোৱাৰ বাবে ফাৰ্মাচিষ্টৰ উপলবন্ধতা (বি.ফার্মা/ডি.ফার্মা) বাধ্যতামূলক।

পৰিযোজনাৰ উল্লেখযোগ্য বৈশিষ্ট্যসমূহ

  • জন ঔষধি কেন্দ্র খোলাৰ বাবে ৫ লাখ টকাৰ বিত্তীয় সাহায্য।
  • মহিলা উদ্যমী, অক্ষম, এছডি / এছটি, প্রাক্তন সৈনিক, উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ, হিমালয়ান পাহাৰীয়া এলেকা, দ্বীপ গ্রুপ আৰু ১১২ প্রত্যাশী জিলালৈ ২ লাখ টকাৰ অতিৰিক্ত বিত্তীয় সাহায্য।
  • সকলো ঔষত ২০% পর্যন্ত লাভ।
0Shares

Leave a Comment

‘ কা ‘ ৰ প্ৰভাৱ অসমত নপৰে, এতিয়ালৈকে এজনেও আবেদন কৰা নাই অসম বিকাশ যাত্ৰা, হোজাই আৰু ধুবুৰীত মুঠ ৩৯৫ আৰু ৩০৮ কোটি টকা ব্যয় কৰাৰ চৰকাৰৰ পৰিকল্পনা অৰুণাচলত নিৰ্মাণ কৰা হ’ব ফ্ৰণ্টিয়াৰ হাইৱে মালদ্বীপৰ পৰা ভাৰতীয় সৈন্যৰ প্ৰত্যাহাৰ আৰম্ভ অসম বিকাশ যাত্ৰা BJP ৰ নতুন প্ৰকল্পৰ উদ্বোধন, কিমান টকা ব্যয় কৰাৰ পৰিকল্পনা।