প্ৰাচীন ভাৰতীয় শিক্ষা class 10 assamese Notes || assamese class 10 chapter 16 question answer
প্ৰাচীন ভাৰতীয় শিক্ষা class 10 assamese Notes হেমচন্দ্র গােস্বামী (১৮৭২-১৯২৮) লেখক পৰিচিতি হেমচন্দ্র গােস্বামীৰ জন্ম হয় ১৮৭২ চনৰ ৮ জানুৱাৰী তাৰিখে গােলাঘাটৰ ঢেকীয়াল মৗজাত গৌৰাং সত্ৰত। পিতৃ ডম্বৰুধৰ গােস্বামী আৰু মাতৃ ঘনকান্তি গােস্বামী। ১৮৮৮ চনত নগাঁও চৰকাৰী হাইস্কুলৰ পৰা প্রথম বিভাগত এঞ্চে পৰীক্ষা পাছ কৰি কলিকতাৰ প্রেছিডেন্সি কলেজত বি. এ. মহলালৈ পাঢ়ে যদিও বি. এ. … Read more