ছাত্রজীৱন আৰু সমাজসেৱা lesson 6 class 10 assamese textbook

ছাত্রজীৱন আৰু সমাজসেৱা lesson 6 class 10 assamese textbook ডিম্বেশ্বৰ নেওগ ছাত্র জীবন শিক্ষাৰ সময়। শিক্ষা বুলিলে শুদা লিখা-পঢ়া কৰিব পৰাকে নুবুজায়। শিক্ষাৰ বিষয়ৰ সীমা নাই।মানুহৰ জীৱনৰ লক্ষ্য কি, কি-কি কাম কৰিলে মানুহ জনম ধৰা সার্থক হয়, সাংসাৰিক জীৱনত কি উপায়েৰে কাম কৰিলে কৃতকার্য হ’ব পাৰি, মুঠতে’ এনেবিলাক বিষয়ৰ জ্ঞানকে শিক্ষা বুলিব পাৰি আৰু ছাত্ৰ … Read more

দৃশ্যান্তৰ lesson 5 class 10 assamese Online textbook

দৃশ্যান্তৰ lesson 5 class 10 assamese Online textbook হৰেকৃষ্ণ ডেকা পঁচিশ বছৰৰ আগতেএই ঠাইতেই এজনক লগ পাইছিলো।আলি-কেঁকুৰিটো আছিল কেঁচা।সময়টো আছিল গধূলি।তেওঁ নঙলামুখত বিচাৰি ফুৰিছিলনিজৰ ঘৰৰ পদূলি। এটা পঁজাঘৰ।আকাশ ধিয়াই কেইজোপামান কাকিনী তামােল।ঘৰৰ দাঁতিত আগলি বাঁহৰনমিত নমস্কাৰ।পূর্ণ জোনৰ লণ্ঠনৰ পােহৰতাে।কুকুৰীকণা মানুহজনে নিজৰ ঘৰ বিচাৰি পােৱা নাছিল।ওচৰত সহায় সাৰথি কেও নাছিল।মই যেতিয়া হাতত ধৰি তেওঁকআগুৱাই দিছিলোঁ, কৈছিল,বৰ … Read more

মই অসমীয়া lesson 4 class 10 Assamese Online textbook

মই অসমীয়া lesson 4 class 10 Assamese Online textbook চৈয়দ আব্দুল মালিক সদূৰ পশ্চিম এৰি,এৰি থৈ স্বর্ণপুৰী ৰাজঅন্তঃপুৰ,বিজয় সপােন দেখি আহিলোঁ যিদিনাউজনি সোঁতত মেলি ভটীয়নি ভূৰ;বিজয়ৰ তৃষা লৈ, গৌৰৱৰ কৰি অভিযান,লুইত পাৰত গালো দৃপ্ত উচ্ছ্বসিত,আপােনাৰ বিজয়ৰ গান। ভৰি দিলো – অসমৰ সেউজীয়া দূবৰি বনত –সেই দিনা – যিদিনা অসমৰাজ অসমৰ সিংহ-আসনত।বতাহত উৰে মুক্ত অসমৰ পতাকা … Read more

প্রশস্তি lesson 3 class 10 Assamese Online textbook

প্রশস্তি lesson 3 class 10 Assamese Online textbook ৰঘুনাথ চৌধাৰী উষাৰ কুঙ্কুম ৰাগে ৰঞ্জিলে বসুধাদশােদিশ উদ্ভাসিত কৰি,নৱ কিশলয়দলে চামৰ ধুলাইপ্রকৃতিক আনিলে সাদৰি।কবি চিত্তহাৰী যত ফুল্ল কুসুমৰআনন্দত প্রাণ টমমলমন্দিৰৰ উপেক্ষিত ৰবাব ফুলেওদিছে যাচি প্রেম-পৰিমল।উঠে তৰু শিৰে শিৰে বন-বিহঙ্গৰছন্দভৰা সুমধুৰ তান—জল স্থল অন্তৰীক্ষ সকলােতে যেনদেৱতাৰ মহা অভিযান।কৰি দীৰ্ণ জৰাজীর্ণ পুঞ্জীভূত ক্লেদশেষ হ’ল মহা কালৰাত্রি,উঠা হে ঋত্বিক ধ্যানী … Read more

জিকিৰ lesson 2 class 10 Assamese Online textbook

জিকিৰ lesson 2 class 10 Assamese Online textbook আজান ফকিৰ ঘােষা : ৰহমৰ গিৰিহঁত, তুমি আল্লা চাহাব ঐযদি কৰা দৰিয়াৰ পাৰ।।চিন্তা হেৰা মােৰ মন আল্লাৰ নামত।ভজো হেৰা মােৰ মন গুৰুৰে পাৰত ||পানী মৰে পিয়াহত অগ্নি মৰে জাৰত।খােদা ৰছুল লুকাই আছে মােমিনৰ আঁৰত।।খােদা ৰছুল লুকাই আছে নকৰা বিচাৰ।মক্কাৰ দুৱাৰত বান্দা মাৰিলা সঞ্চাৰ।।মক্কাৰ দুৱৰত চাহাব জীৱই মাৰে … Read more

বৰগীত class 10 Assamese Online textbook

বৰগীত class 10 Assamese Online textbook ৰাগ : বসন্ত শ্রীশ্রীমাধৱদেৱ ধ্ৰুং।।হৰি হেৰৰে বাপ পশিলা শৰণে।নেৰিবা বান্ধৱ মােক জীৱনে মৰণে।।সনক সনন্দ যােগী যাহাকু ধিয়ায়।সকল নিগমে যাক বিচাৰি নপায়।।সহস্র বয়নে যাৰ নপান্ত সীমা।অধমে জানিবাে কেনে তােমাৰ মহিমা।।আতুৰ ভৈলােহাে হৰি বিষয় বিকলে।কৰিয়াে উদ্ধাৰ মােক চৰণ কমলে।।তােমাৰ চৰণ দুই মােৰ মহা ধন।।ভকত জনেৰ নিজ তুমিসে জীৱন।।কৃপাৰ সাগৰ কৃপা কৰা … Read more

‘ কা ‘ ৰ প্ৰভাৱ অসমত নপৰে, এতিয়ালৈকে এজনেও আবেদন কৰা নাই অসম বিকাশ যাত্ৰা, হোজাই আৰু ধুবুৰীত মুঠ ৩৯৫ আৰু ৩০৮ কোটি টকা ব্যয় কৰাৰ চৰকাৰৰ পৰিকল্পনা অৰুণাচলত নিৰ্মাণ কৰা হ’ব ফ্ৰণ্টিয়াৰ হাইৱে মালদ্বীপৰ পৰা ভাৰতীয় সৈন্যৰ প্ৰত্যাহাৰ আৰম্ভ অসম বিকাশ যাত্ৰা BJP ৰ নতুন প্ৰকল্পৰ উদ্বোধন, কিমান টকা ব্যয় কৰাৰ পৰিকল্পনা।