সময়ৰ বুকুতে জীৱনৰ গান | অসমীয়া কবিতা 2024
প্ৰণীতা শইকীয়া বৰা অখণ্ড ধাৰাবাহিকতাৰ সুবাদেৰেসময়বোৰে সেতু বান্ধেনতুন আৰু পুৰণিৰজীৱন আৰু বুৰঞ্জীৰ ।জীৱনৰ গাত আউজি মেলা পাতে সময়েভিন্ন ৰং আৰু স্বাদেৰেবিষাদ আৰু আনন্দৰআন্ধাৰ আৰু পোহৰৰ ।সময়ে চুই যোৱা আলসুৱা অনুভৱেবাহৰ পাতে বুকুৰ চুকে কোণেকেতিয়াবা উদ্দীপনা হৈনহ’লেবা অৱসাদৰ চিতাভস্ম হৈ।জীৱনে ৰোপণ কৰা সোণালী সপোনেসময়ৰ বুকুতে সাজে কাচেসঁজাল ধৰা আহিনীয়া গোন্ধ এটাইবুকুত গীতৰেই মেলা পাতে ।অনুপম জীৱন … Read more