হিকটি আহিলে এইখিনি কৰক

হিকটি আহিলে এইখিনি কৰক

কোনো খাদ্যবস্তু খোৱাৰ সময়ত হঠাৎ হিকটি আহিলে সমস্যাৰ সৃষ্টি হয়। কেতিয়াবা খৰখেদাকৈ খাদ্য গ্রহণ কৰিলে এনে সমস্যা হয়। কেতিয়াবা খাদ্য গ্ৰহণৰ সময়ত কাহ অথবা হাচি আহিলেও হিকটি আহিব পাৰে। এইদৰে হিকটি আহিলে কেইটামান ঘৰুৱা উপায়ৰ জৰিয়তে তৎকালে সুফল পাব পাৰি।

অমিতা খালেও পাব অনেক উপকাৰ

অমিতা খালেও পাব অনেক উপকাৰ

অমিতাত আছে বহু ঔষধি উপাদান। নিয়ামীয়াকৈ পকা অমিতা খালে বিভিন্ন ৰোগৰ পৰা হাত সাৰি থাকিব পাৰি।

হজমশক্তি বৃদ্ধি :

অমিতাত থকা ঔষধি গুণে হজম শক্তি বৃদ্ধি কৰে। কৌষ্ঠকাঠিন্যৰ দৰে সমস্যাৰ সৃষ্টি হ’লে পকা অমিতা পুৱাতেই খালে এনে সমস্যা সহজেই দূৰ হয়।

হৃদযন্ত্ৰৰ বাবে উপকাৰী :

অমিতাত প্ৰচুৰ পৰিমাণে বিটা- কেটিন, লাইকোপেন, ভিটামিন-এ, ভিটামিন-চি আৰু ভিটামিন- ই পোৱা যায়। যাৰ বাবে অমিতা খালে ডায়েবেটিক, হৃদযন্ত্ৰৰ অসুখত সুফল পাব। টাইপ ১ আৰু টাইপ-২ দুয়োধৰণৰ ডায়েবেটিজতে অমিতা উপকাৰী। ক’লেষ্টৰল নিয়ন্ত্রণ অমিতাত থকা উপাদানে ক’লেষ্টৰল নিয়ন্ত্ৰণ কৰে।

ৰক্তচাপ :

অমিতা নিয়মীয়া কৈ খালে ৰক্তচাপ নিয়ন্ত্ৰণত থাকে।

দৃষ্টিশক্তি :

অমিতাত থকা এন্টিঅক্সিডেন্ট ভিটামিনে দৃষ্টিশক্তি সুৰক্ষিত কৰে।

ওজন নিয়ন্ত্রণ :

পকা অমিতা খালে ওজন নিয়ন্ত্রণত থাকে।

সংক্রমণ রোধ :

বিভিন্নধৰণৰ সংক্ৰমণ ৰোধত অমিতা উপকাৰী। ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰি অমিতাই শৰীৰত হ’ব পৰা বিভিন্ন সংক্রমণক বাধা দিয়ে। কৰ্কট ৰোগ প্ৰতিৰোধক হিচাপেও অমিতাই কাম কৰে।

চুলিৰ বাবে উপকাৰী :

পকা অমিতা খালে চুলিৰ বাবেও যথেষ্ট ভাল। চুলি সৰা দৰে সমস্যাৰ ক্ষেত্ৰত ই অতি উত্তম। তদুপৰি চুলিৰ সৌন্দর্য বৃদ্ধিত ই সহায় কৰে।

দাঁতৰ বিষত উপশম :

অমিতা খালে দাঁতৰ বিষত সুফল পাব পাৰি।

ডেংগুৰ চিকিৎসা :

অমিতা পাতৰ ৰস খালে ডেংগুত সুফল পাব পাৰি।

কুমিৰোগ :

অমিতা হ’ল এক মহৌষধ। কেঁচা অথবা পুকা অমিতা খালে পেলু-কৃমি আদিত সুফল পাব। কেতিয়াবা কিছু ক্ষেত্ৰত অমিতা খোৱাৰ ক্ষেত্ৰত সতর্ক হ’ব লাগে। বিশেষকৈ গৰ্ভাৱস্থাত অমিতা খালে সমস্যাৰ সৃষ্টি হ’ব পাৰে। এই ক্ষেত্ৰত চিকিৎসকৰ কাষ চাপিব লাগে।

গ্ৰন্থমেলাৰ আৱশ্যকতা নতুন লিখনি

গ্ৰন্থমেলাৰ আৱশ্যকতা

গ্ৰন্থমেলাত কিতাপৰ বিনিময়, পাঠকে একে ঠাইতে বিচৰা কিতাপ পোৱাৰ সুবিধা লাভ কৰে, পৃথিৱীৰ বিভিন্ন ঠাইত বৃহৎ বৃহৎ গ্ৰন্থমেলা অনুষ্ঠিত হৈ থাকে। বছৰে বছৰে এনেবোৰ মেলা বহে। সেইবোৰত কোটি কোটি টকাৰ গ্ৰন্থ বিক্ৰী হয়। লখিমী শৰ্মা গ্ৰন্থ হৈছে মানৱ জীৱনৰ অমূল্য সম্পদ। কিতাপৰ সমান পৰম বন্ধু নাই বোলা হয়। সভ্যতাৰ বিকাশত যুগে যুগে গ্রন্থই গ্রহণ কৰে … Read more

‘ কা ‘ ৰ প্ৰভাৱ অসমত নপৰে, এতিয়ালৈকে এজনেও আবেদন কৰা নাই অসম বিকাশ যাত্ৰা, হোজাই আৰু ধুবুৰীত মুঠ ৩৯৫ আৰু ৩০৮ কোটি টকা ব্যয় কৰাৰ চৰকাৰৰ পৰিকল্পনা অৰুণাচলত নিৰ্মাণ কৰা হ’ব ফ্ৰণ্টিয়াৰ হাইৱে মালদ্বীপৰ পৰা ভাৰতীয় সৈন্যৰ প্ৰত্যাহাৰ আৰম্ভ অসম বিকাশ যাত্ৰা BJP ৰ নতুন প্ৰকল্পৰ উদ্বোধন, কিমান টকা ব্যয় কৰাৰ পৰিকল্পনা।