অনুৰোধ কৰি ২০২২-২০২৩ বিত্তীয় বৰ্ষৰ আপোনাৰ বাৰ্ষিক ৰিটাণ ফৰ্ম GSTR-9* আৰু ফৰ্ম GSTR-9C# ত দাখিল কৰক অন্তিম তাৰিখৰ পূৰ্বে
কৰদাতাসকলে ফর্ম GSTR-9 দাখিল কৰাটো অনিবার্য
নিম্নলিখিতক বাদ দি গড় বার্ষিক টার্ণঅভাব ২ কোটি টকাৰ অধিক হোৱা (বিত্তীয় বৰ্ষ 2022-2023 সময়ছোৱাত) সকলো জিএছটি কৰদাতা :
- ইনপুট ছাৰ্ভিচ ডিস্ট্রিবিউটৰ
- কেজুৱেল টেক্সেবল পার্ছন
- টিডিএছ ডিডাক্টৰ
- জিএছটি কালেক্টৰ
- নন-বেছিডেন্ট টেক্সেব’ল পার্ছন
কৰদাতাসকলে ফর্ম GSTR-9C দাখিল কৰাটো অনিবার্য
এনেকুৱা কৰদাতা, যার গড় বার্ষিক টার্ণতাভাব ৫ কোটি টকাৰ অধিক (২০২২-2023 বিত্তীয় বৰ্ষৰ সময়ছোৱাত তেওঁলোকে ফর্ম GSTR-9 ত বার্ষিক ৰিটাৰ্ণৰ লগতে ফর্ম GSTR-9C স্ব-প্রমাণিত বিকনচিলিয়েছন স্টেটমেণ্ট দাখিল কৰাটো আৱশ্যক হ’ব।
ফর্ম GSTR-9 আৰু ফৰ্ম GSTR-9C পলমকৈ দাখিল কৰিলে বিলম্বিত মাচুল আৰোপ কৰা হ’ব।